• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ সলনি হ’লেও অব্যাহত আছে কৃষি বিভাগৰ কৃষকক পতান উপহাৰ : তদন্ত ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 17, 2018 9:45 pm
Atul_Bora
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰ সলনি হ’ল, কিন্তু কৃষি বিভাগে যোগান ধৰা ধানৰ বীজৰ পৰা পতান ওলোৱাটো এতিয়াও সলনি নহ’ল। বিগত কংগ্ৰেছ চৰকাৰৰ দিনত কৃষি বিভাগে যোগান ধৰা ধানৰ বীজৰ পৰা কৃষকে কষ্টৰ মূৰত পতান লাভ কৰা কাহিনীৰ ধাৰাবাহিকতা এই চৰকাৰৰ দিনতো চলি আছে।

শেহতীয়াকৈ নৰ্থ-ইষ্ট নাওৰ অনুসন্ধানমূলক প্ৰতিবেদনত বৰপেটা জিলাৰ কেইবাজনো কৃষকে চৰকাৰী ধানৰ পৰা কঠীয়া ৰুই ধানৰ ঠাইত পতাল লাভ কৰাৰ তথ্য প্ৰকাশ হৈছিল। এতিয়া জানিব পৰা গৈছে যে আৰু কেইবা ঠাইতো একেই হাতাশাজনক ফল পাইছে ৰাজ্যৰ আশাত বন্দী কৃষকে। অৰ্থাৎ এই পৰিস্থিতিটোৰ কোনো পৰিৱৰ্তন হোৱা নাই।

Apply Now

আজি নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা কৃষি মন্ত্ৰী অতুল বৰাক যোগাযোগ কৰাত মন্ত্ৰীজনে জানিবলৈ দিয়ে যে তেওঁ ইয়াৰ তদন্ত দিছে। তদন্তৰ পিছত আচল কেৰোণ ক’ত ক’ব পৰা যাব।

মন কৰিব লগীয়া কথাটো হ’ল তেওঁ নিজ মুখেই স্বীকাৰ কৰিছে যে কেইবা ঠাইতো ধানৰ ঠাইত পতান উৎপাদন হোৱাটো সঁচা। “হয় মই আজি নিজেই হাজোৰ এখন  পথাৰত উপস্থিত হৈ ধানসমূহ পৰিদৰ্শন কৰিছিলো আৰু দেখিছো যে কেইবা ঠাইতো এই উচ্চ হাৰৰ উৎপাদন দিয়া (হাই য়েলডিং) সঁচবোৰে পতানহে দিছে। ইয়াৰ কেইবাটাও প্ৰজাতি আমি কৃষকক দিছিলো। আটাইবোৰতে পতান হোৱা নাই। কিন্তু কেইবা ঠাইতো হৈছে। হোজাইৰ উপৰিও আন কিছুমান ঠাইতো হৈছো।” মন্ত্ৰীজনে নৰ্থ-ইষ্ট নাওক ফোনত কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে মন্ত্ৰীজনে এইবোৰ পৰীক্ষামূলকভাৱেহে কৰিবলৈ দিয়া হৈছিল বুলি কয়। কিন্তু প্ৰশ্ন হয় যে কৃষকৰ বছৰৰ শ্ৰমৰ মূল্য কোনে দিব? লগতে এবছৰৰ বাবে উৎপাদনৰ ক্ষেত্ৰত কৃষকজনে সন্মুখীন হোৱা লোকচানৰ কথাটোও আছে।

আনহাতে মন্ত্ৰীজনে কয়, “আজি মই এই বিষয়টো কৃষি বিভাগৰ সচিব বিনোদ ছেচানক তদন্তৰ দ্বায়িত্ব দিছো।”

ইয়াৰ বাবে জগৰীয়া প্ৰকৃততে কোন বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, “যিহেতু বিষয়টো তদন্ত কৰিবলৈ দিছো, গতিকে এতিয়াও একো নকওঁ। তদন্তত সকলো ওলাই পৰিব আৰু সেইমতে ব্যৱস্থা লোৱা হ’ব।

উল্লেখযোগ্য যে কৃষি বিভাগে যোগান ধৰা বৰ্ণসংকৰ বীজৰ পৰা খেতি কৰি বৰপেটা জিলাৰো কেইবাজনো দুৰ্ভগীয়া খেতিয়কে পতান লাভ কৰিছে।  কৃষি বিভাগে যোগান ধৰা ‘চি আৰ এইচ আৰ-৫’ নামৰ হাইব্ৰিড ধানৰ বীজ জিলাখনৰ বিভিন্ন পঞ্চায়ত এলেকাৰ গাঁওসমূহৰ নিৰ্বাচিত কৃষকৰ মাজত বিতৰণ কৰা হৈছিল যদিও অধিক সংখ্যক ধান নাপালে, পতানহে পালে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd