• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

ছাউণ্ডক্লাউডৰ তালিকাৰ তৃতীয় স্থানত গুৱাহাটী ট্ৰিভাৰ্গ আৰাধনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহটী , April 28, 2018 12:28 pm

1 min read

ten age music
74
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ট্ৰিভাৰ্গ আৰাধনাই ২০,০০ প্লে লাভ কৰি ছাউণ্ডক্লাউডৰ ডেন্স আৰু ইলেক্ট্ৰনিক ডেন্স মিউজিকৰ তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ছাউণ্ডক্লাউড হৈছে এটা অনলাইন মিউজিক বিতৰণ প্লেটফৰ্মটো। ট্ৰিভাৰ্গে  ডেন্স আৰু ইলেক্ট্ৰনিক ডেন্স মিউজিক শাখাত এই গৈৰৱৰ অধিকাৰী হৈছে।

আন্তৰ্জাতিক তালিকাত কোনো উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পীৰ ইলেক্ট্ৰনিক ডেন্স মিউজিক ট্ৰেকে শীৰ্ষস্থান লাভ কৰাটো এয়েই প্ৰথম।

মাত্ৰ ১০ দিনতেই ট্ৰিভাৰ্গৰ ‘মায়া’ই ২০,০০০ প্লে লাভ কৰিছে আৰু তৃতীয় স্থান লাভ কৰিছে। এই একেই তালিকাতেই ইলেক্ট্ৰনিক ডেন্স মিউজিক উদ্যোগৰ পৰিচিত নাম মাৰ্টিন গাৰিছো আছে।

উল্লেখ্য যে গাৰিছে ১৪ বছৰ বয়সৰ পৰাই সংগীত সৃষ্টি কৰি আহিছে আৰু এতিয়ালৈকে সৃষ্ট ১০ ট্ৰেকৰ মাথোঁ তিনিটাইহে শ্ৰোতাৰ পৰা বিপুল সমাদৰ লভ কৰিছে। আনহাতে ট্ৰিভাৰ্গে ২০১৭ চনত পেছাদাৰী ৰূপত আত্মপ্ৰকাশ কৰিছিল।

মাৰ্টিন গাৰিছৰ পূৰ্বৰ ট্ৰেক ‘মেইলিউৰ আমি’ আৰু ‘মহায়ুধে’ ছাউণ্ডক্লাউডত যথাক্ৰমে ১৬.১ হাজাৰ আৰু ২১.১ হাজাৰ প্লে লাভ কৰিছিল।

১৮ বছৰীয়া ট্ৰিভাগে চি বিএছ চিৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ ফলাফললৈ বাট চাই আছেব আৰু তেওঁ সংগীত প্ৰযোজনাৰ কোনো পেছাদাৰী প্ৰশিক্ষণ গ্ৰহণ কৰা নাই।

Recent News

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

images.jpeg-11(1)

মাৰ্ঘেৰিটাত ৪ গৰাকী ব্যক্তিৰ দেহত কোভিড : মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান

911540-priyanka-gandhi-file

‘সমগ্ৰ দেশে কান্দি থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কিয় হাঁহি আছে?’; কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd