• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া সমবেশৰ বাবে বিত্ত বিভাগে মুকলি কৰি দিলে ১৪৯ কোটি টকা : নতুন চৰকাৰে বন্ধ কৰি ৰাখিছিল আঁচনিখন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 2, 2018 10:31 pm

2 min read

Himanta-1-570x320
104
VIEWS
Share on FacebookShare on Twitter

অৱশেষত দুবছৰীয়া বিৰতিৰ পিছত অসম চৰকাৰৰ বিত্ত বিভাগে চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দি অহা বিনামূলীয়া সমসাজ (য়ুনিফ’ৰ্ম)ৰ বাবে বিদ্যালয়বিলাকলৈ টকা মোকলাই দিছে।

আজি চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যখনৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা প্ৰায় ৩৭ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৪৯ কোটি টকা মুকলি কৰি দিয়া বুলি জানিবলৈ দিয়ে। এই হিচাপত প্ৰতিজন ছাত্ৰ বা ছাত্ৰীৰ বিপৰীতে ৪০০ টকাকৈ দিয়া হৈছে। সোণোৱাল চৰকাৰৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে এয়েই প্ৰথমবাৰ বিনামূলীয়া য়ুনিফ’ৰ্ম লাভ কৰাৰ বাট মুকলি হ’ল।

উল্লেখযোগ্য যে নতুন চৰকাৰ আহিবৰ পৰা ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া সমসাজ প্ৰদান আঁচনিখন প্ৰায় বন্ধ হৈ থকাৰ দৰে আছিল।

বিদ্যালয়বিলাকে ইয়াৰ বাবে প্ৰয়োজনীয় টকা পোৱা নাছিল বাবে যোৱা ২০১৫ চনৰ পৰাই ছাত্ৰ-ছাত্ৰীক সমসাজ যোগান ধৰিব পৰা নাছিল। অৰ্থৰ নাটনিৰ বাবেই এই আঁচনি বন্ধ হৈ আছিল নে অন্য ৰাজনৈতিক মেৰপেচ আছিল সেই কথা জানিব পৰা হোৱা নাই।

অলপতে এটা মন্তব্যত শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছিল যে তেওঁ চৰকাৰী বিদ্যালয়বিলাকে সন্মুখীন হৈ থকা সমস্যাবোৰৰ সমাধান কৰিবলৈ বিত্ত বিভাগক ১৯৬২ কোটি টকা বিচাৰিব। তেওঁ মুঠ ১০ হাজাৰ বিদ্যালয়ত শ্ৰেণী কোঠাবোৰৰ মাজত বেৰ দিয়াৰ কাম কৰিব লগীয়া আছে বুলি কয়।

মাজত বেৰ দিব নোৱৰাৰ বাবে একেটা কোঠাতে কেইবাটাও শ্ৰেণী চলাই থাকিব লগীয়া হৈছে বুলি তেওঁ নিজৰ বক্তব্যত জানিবলৈ দিছিল। আনহাতে ১৩৭৯খন বিদ্যালয়ত টয়লেট, ৩৪,১৬৫ খন বিদ্যালয়ত বিদ্যুৎ সংযোগ নাই। তেওঁ এই ধনৰাশি পৰৱৰ্তী গুণোৎসৱৰ পূৰ্বেই বিচাৰিব বুলি কয়।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd