DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ছিংলুং পাৰ্বত্য পৰিষদৰ অন্তৰ্ৱৰ্তী চৰকাৰখনক দায়িত্বভাৰ অৰ্পণ আইজলৰ জিলা উপায়ুক্তৰ

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
July 13, 2018 6:25 pm
Sinlung-Hills-Council-570x320
86
VIEWS
Share on FacebookShare on Twitter

১৪জনীয়া সদস্যৰে গঠিত ছিংলুং পাৰ্বত্য পৰিষদৰ অন্তৰ্ৱৰ্তী চৰকাৰখনক আজি আইজলৰ উপায়ুক্ত এমুথাম্মাই আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰিছে।

এই অন্তৰ্ৱৰ্তী ছিংলু পাৰ্বত্য পৰিষদ হৈছে ২০১৮ৰ ২ এপ্ৰিলত ৰাজ্য চৰকাৰ আৰু মাৰ জনতাৰ (গণতান্ত্ৰিক)সন্মিলনৰ (Hmar People’s Convention (Democratic) মাজৰ চুক্তিৰ ফল।

মাৰ জনতাৰ (গণতান্ত্ৰিক)সন্মিলনৰ মুখপাত্ৰ লালথালিয়েনক নতুন পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ অৰ্পম কৰা হৈছে।

মাৰ জনতাৰ (গণতান্ত্ৰিক)সন্মিলনৰ অধ্যক্ষ এল টি মাৰক শান্তি আলোচনা চলি থকা সময়তে পৰিষদৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয়। লালবেইকনুঙক তেওঁৰ সহকাৰী হিচাপে নিয়োগ কৰা হৈছে।

চুক্তি অনুসৰি, পৰিষদখনত ১৪গৰাকী সদস্য থাকিব আৰু ইয়াৰে ১২গাকীক অভাৰগ্ৰাউণ্ড মাৰ জনতাৰ (গণতান্ত্ৰিক)সন্মিলনে মনোনীত কৰিব আৰু বাকী দুগৰাকীক ৰাজ্য চৰকাৰে মনোনীত কৰিব।

নতুনকৈ দায়িত্বভাৰ লাভ কৰা পৰিষদখনৰ হাতত ইয়াৰ অধিকাৰৰ ভিতৰুৱা এলেকাসমূহত পৰিকল্পনা, আঁচনি, বাজেট, নিয়ম আদি যুগুত কৰাৰ উপৰিও শুল্ক আৰোপ আৰু সংগ্ৰহৰ কাৰ্যকৰী ক্ষমতা থাকিব। পৰিষদৰ অন্তৰ্গত এলেকাখিনি ১২টা সমষ্টিত ভাগ কৰা হ’ব আৰু পৰিষদখনে ৰাজ্য চৰকাৰৰ পৰা প্ৰত্যক্ষ পুঋজি লাভ কৰিব।

চাৰিগৰাকী পৰিষদৰ সদস্য ডাৰলেইনছাং ৰালছুন, জে চি ঝাইৰেমকুংগা, লাথামুৱানা মাৰ আৰু মেল’ডী লালচ্চুৱাংঝেলিকো পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয়।তাৰোপৰি,ৰ’হিংগা মাৰ, লালৰিংছাংগা ৰালতে, বেঞ্জামিন বি লালথাচ্চুংগা, লালমালছাওমা ডাৰ্নগাওন আৰু লালৰামুৱাপুইয়াকো কাৰ্যভাৰ অৰ্পণ কৰা হয়।

Recent News

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd