DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিকিমত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘নৃত্যোৎসৱ’

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
December 30, 2017 9:15 pm
প্রতিনিধিত্বমূলক ফটো

প্রতিনিধিত্বমূলক ফটো

142
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে গেংটকত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘নৃত্যোৎসৱ’ শীৰ্ষক নৃত্যৰ উৎসৱ। ৰাজ্যপাল শ্ৰীনিবাস পাটিলে মনন কেন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই উৎসৱ উদ্বোধন কৰে। দেশৰ প্ৰখ্যাত নৃত্যবিদে এই উৎসৱত দৰ্শকক মুগ্ধ কৰিব।

এই উৎসৱৰ আয়োজন কৰিছে ছিকিমৰ সাংস্কৃতিক পৰিক্ৰমা তথা ঐতিহ্য বিভাগৰ সহযোগত নতুন দিল্লীৰ সংগীত নাটক একাডেমী, নেশ্যনেল একাডেমী অফ মিউজিক আৰু ড্যান্স এণ্ড ড্ৰামায়।

এন ই নাওৰ সৈতে হোৱা বাৰ্তালাপত সংগীত নাটক একাডেমীৰ নৃত্য শাখাৰ মুৰব্বী হেলেন আচাৰ্যই কয় যে সন্মানীয় ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ লাভ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্যবিদে উৎসৱত প্ৰদৰ্শন আগবঢ়াব। সকলো শিল্পীয়ে তেওঁলোকৰ নিজস্ব সংগীত শিল্পীৰ দল লগত আনিব আৰু ‘লাইভ’ সংগীত তথা অৰ্কেষ্ট্ৰাৰ সৈতে প্ৰদৰ্শন আগবঢ়াব।

এই উৎসৱত প্ৰদৰ্শন আগবঢ়াব চেন্নাইৰ উমা সথ্যানাৰায়ননে ভৰতনাট্যম, গুৱাহাটীৰ মৃদুস্মিতা দাস আৰু সেউজপ্ৰিয়া বৰঠাকুৰে সত্ৰীয়া, ছেৰাইকেলাৰ সতীশ কুমাৰ মোদকে চাও, ইম্ফলৰ ছিজাগুৰুমায়ুমৰ নমিতা দেবী আৰু পি বিলাস সিঙে মণিপুৰী, উদইপুৰৰ ববী চক্ৰৱৰ্তীয়ে কুচিপুডি, পালাক্কাডৰ কলামণ্ডলমৰ প্ৰদীপ কুমাৰে কথাকলি, ভুৱেনশ্বৰৰ লিংগৰাজ প্ৰধানে ওডিছি, দিল্লীৰ মনিষা নায়ক আৰু গৌৰী দিৱাকৰে কথক আৰু ত্ৰিছুৰৰ সংগীথ চাক্যৰে কুটিয়াট্টম।

আচাৰ্যই কয় যে দেশৰ আগশাৰীৰ নৃত্যবিদে অংশগ্ৰহণ কৰিবলগীয়া নৃত্যৰ এই উৎসৱ ছিকিমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। সংগীত নাটক একাডেমীয়ে সদায়ে ছিকিমৰ স্থানীয় শিল্পী তথা শিল্পীদলসমূহক আগবঢ়াই নিবলৈ সাজু বুলিও আচাৰ্যই মত প্ৰকাশ কৰে।

Recent News

Odisha train accident

উৰিষ্যাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা: চিবিআই তদন্ত আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

'Yamuna Jiye Abhiyan' Manoj Misra

‘যমুনা জিয়ে অভিযান’ ৰ মূল হোতা পৰিৱেশকৰ্মী মনোজ মিশ্ৰৰ মৃত্যু

Under construction bridge collapse

উন্নয়নৰ নমুনা! খহি পৰিল ১,৭০০ কোটি টকীয়া নিৰ্মীয়মান দলং

Manipur Violence

হিংসাজৰ্জৰ মণিপুৰ: তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd