• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

ছিকিমত প্ৰথমবাৰৰ বাবে সদৌ ভাৰত ছিনিয়ৰ ৰেংকিং বেডমিণ্টন

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
গেংটক , December 6, 2017 6:03 pm

2 min read

ছিকিমত প্ৰথমবাৰৰ বাবে সদৌ ভাৰত ছিনিয়ৰ ৰেংকিং বেডমিণ্টন
85
VIEWS
Share on FacebookShare on Twitter

যথেষ্ট উখল-মাখলৰ মাজেৰে কালিৰ পৰা ছিকিম মণিপাল ইনষ্টিটিউটৰ স্প’ৰ্ট কপ্লেক্সত সদৌ ভাৰত ছিনিয়ৰ ৰেংকিং বেডিমণ্টন টুৰ্নামেণ্ট আৰম্ভণি হয়। ছিকিম বেডমিণ্টন সংস্থা (বি এ এছ)ৰ উদ্যেগত, ভাৰত বেডমিণ্টন সংস্থাৰ (বি এ আই) সহযোগ আৰু ছিকিম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ উন্নয়ন দপ্তৰৰ পৃষ্ঠপোষকতাত উক্ত টুৰ্নামেণ্টখন অনুষ্ঠিত কৰা হৈছে।

‘এই টুৰ্নামেণ্টখন দেশৰ খেলুৱৈ সকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো ই তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় টুৰ্নামেণ্টলৈ বাছনি কৰাত সহায় কৰিব।’ এইবুলি কয় ছিকিম বেডমিণ্টন সংস্থা (বি এ এছ) ৰ সভাপতি চি জাংপই।

পুৰুষৰ ছিংগল, পুৰুষৰ ডাবল, মহিলাৰ ছিংগল, মহিলাৰ ডাবল আৰু মিক্সড ডাবল আদি ৫ টা শাখাত হ’ব লগা টুৰ্নামেণ্টখনত এজন খেলুৱৈয়ে সৰ্বাধিক ৩টা শাখাত অংশ গ্ৰহণ কৰিব পাৰিব।

প্ৰটুল যোশী, আনছাল যাদৱ, বধিত যোশী, অনুৰা প্ৰভু দেশাই, ৰছিকা ৰাজে, ৰিয়া মুৰ্খাজী, শিখা গৌতম, ভিগনেছ দেছৱালকাৰ, অনিল কুমাৰ ৰাজু আৰু ভেনকট গৌৰৱ প্ৰসাদ আদি ভাৰতৰ ১০ গৰাকী শীৰ্ষস্থানীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে যোগদান কৰিব লগা টুৰ্নামেণ্টখনত খেলুৱৈৰ খেলৰ মান অনুসৰি ৫ লাখ টকাৰ পুৰস্কাৰ আগ বঢ়োৱা হ’ব বুলি আয়োজক সকলে জানিবলৈ দিয়ে। আজিৰ পৰা চলি থকা মূল টুৰ্নামেণ্টখনৰ কোৱালিফাইং ৰাউণ্ডসমূহ ৪-৫ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ সহযোগত ছিকিমে প্ৰথমবাৰৰ বাবে ইমান বৃহৎ আকাৰৰ টুৰ্নামেণ্টৰ আয়োজন কৰিছে। ২৭ খন ৰাজ্যৰ লগতে দেশৰ ক্ৰীড়া ব’ৰ্ড সমূহৰ পৰা মুঠ ৪২৫ গৰাকী খেলুৱৈ যোগদান কৰা টুৰ্নামেণ্টখনত ছিকিমৰ পৰাও ৭ জন খেলুৱৈয়ে ভাগ লৈছে। ৯ ডিচেম্বৰত হ’ব লগীয়া সামৰণি অনুষ্ঠানটোত ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিং মুখ্য অতিথি ৰূপে উপস্থিত থাকিব বুলি আয়োজক সকলে জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে বি আই এৰ এবছৰত অনুষ্ঠিত ৬ টা ৰেংকিং টুৰ্নামেণ্টৰ ইয়ো এটা।

Recent News

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd