• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ছিকিমৰ গেংটকত বক্সিং প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

NE NOW NEWS এন ই নাও নিউজ
গেংটক , February 22, 2018 10:52 pm

1 min read

Sikkim-boxing-centre
80
VIEWS
Share on FacebookShare on Twitter

ঘাইকৈ ক্ৰীড়াৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ লক্ষ্যৰে ছিকিমৰ গেংটকত যোৱা সোমবাৰে মুকলি কৰা হৈছে এটা বস্কিং প্ৰশিক্ষণ কেন্দ্ৰ।ছিকিমৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ উদ্যোগত এই প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰা হয়।

উল্লেখ্য যে গেংটক পৌৰ নিগমে কোনো স্থায়ী ভৱন নোহোৱা পৰ্যন্ত আৰিথাঙৰ বহুমুখী ভৱনৰ ওপৰ মহলাটো অস্থায়ীভাৱে প্ৰশিক্ষণৰ বাবে আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

সোমাবাৰে এই বস্কিং কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গেংটক পৌৰ নিগমৰ অধ্যক্ষ আশিস ৰায়ে। অনুষ্ঠানটোত ছিকিম এমেচাৰ বস্কিং এছ’চিয়েশ্যন চমুকৈ এছএবিএৰ সভাপতি জেছ লাল প্ৰধানকে আদি কৰি আন চৰকাৰী বিষয়া, কৰ্মচাৰী, প্ৰশিক্ষাৰ্থী, অভিভাৱক আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

উল্লেখ্য যে এই প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষণ প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে ৰাজ্যিক বস্কিং প্ৰশিক্ষক প্ৰতিমা গুৰুঙে। তেওঁ প্ৰকাশ কৰা অনুসৰি প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰায় ৩০জন যুৱক যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব।

ইয়াৰ ভিতৰত কেইবাগৰাকীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় স্তৰত ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে।

পাহাৰীয়া ৰাজ্যখনত নতুনকৈ স্থাপন কৰা এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ জৰিয়তে বহু সম্ভাৱনাপূৰ্ণ খেলুৱৈৱে এখন উপযুক্ত মঞ্চ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

 

Recent News

Jharkhand blast final

আই ই ডি বিস্ফোৰণত কঁপি উঠিল ঝাৰখণ্ড; দুজন জোৱান শ্বহীদ, আহত তিনিজন

index.jpg

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd