• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিকিমৰ ৰাজনীতিলৈ মন মেলিছে বাইচুং ভূটীয়াই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 3:21 pm
baichung

বাইচুং ভুটীয়াৰ ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই বংগৰ ৰাজনীতি এৰি ছিকিমৰ ৰাজনীতিত প্ৰৱেশৰ মন মেলিছে।

বাইচুঙে ২০১৪ চনত দাৰ্জিলিং লোকসভা সমষ্টিৰ পৰা আৰু ২০১৬ চনত শিলিগুৰি বিধানসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

Apply Now

তেওঁ শীঘ্ৰেই বংগৰ ৰাজনীতি ত্যাগ কৰিব বিচাৰিছে। যোৱা বছৰৰ শেহৰ ভাগত শুনিব পোৱা গৈছিল যে টিনকিতামত জন্মগ্ৰহণ কৰা প্ৰাক্তন খেলুৱৈ গৰাকীয়ে তেওঁৰ নিজ ৰাজ্যৰ ৰাজনীতিত জড়িত হ’ব বিচাৰে।

তেওঁৰ নিকট সূত্ৰই জানিব দিয়া মতে পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনৰ পিছত বাইচুঙে সক্ৰিয়া ৰাজনীতিত জড়িত হৈ পৰিছিল কিন্তু লাহে লাহে ৰাজহুৱা জীৱনৰ পৰা আঁতৰি আহিছিল। বিশেষকৈ যোৱা বছৰ দাৰ্জিলিং পাহাৰত গোৰ্খালেণ্ড আন্দোলন দমনৰ ঘটনাৰ পিছত তেওঁ নিষ্ক্ৰিয় হৈ পৰে।

তৃণমূল কংগ্ৰেছৰ এগৰাকী সদস্য হিচাপে যোৱা বছৰৰ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে গোৰ্খালেণ্ড আন্দোলন মোকাৱিলা কৰিবলৈ লোৱা দমনমূলক ব্যৱস্থা সম্পৰ্কত অসন্তুষ্টি ব্যক্ত কৰিছিল। গোৰ্খালেণ্ড সম্পৰ্কত তৃণমূল কংগ্ৰেছৰ চিন্তাৰ লগতো তেওঁ সম্পূৰ্ণ একমত নাছিল।

‘’আন্দোলনত বহু লোকৰ মৃত্যু ঘটাৰ পিছত বাইচুং অসন্তুষ্ট হৈ পৰে। তেওঁ অনুভৱ কৰিছিল যে যেতিয়া আন কিছুমান ৰাজনৈতিক দলে সংসদত সৰৱ হৈছিল ছিকিমৰ সাংসদে বিশেষ একো কৰা নাছিল আৰু সংসদত বিষয়টো সম্পৰ্কত এষাৰ মাতো মতা নাছিল,’’- তেওঁৰ এগৰাকী ঘনিষ্ঠ সহযোগীয়ে এইদৰে কয়।

বৰ্তমান ৪১ বছৰীয়া বাইচুঙে তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ তথা পৃষ্ঠভূমি কেনেদৰে নিৰ্বাচন কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

২০১৭ ৰ শেহৰ পিনে এটা ডাঙৰ উৰা বাতৰি ওলাইছিল যে ছিকিমৰ বহু ৰাজনৈতিক নেতাই তেওঁক সাক্ষাৎ কৰিছিল। তেওঁৰ গৃহ ৰাজ্যৰ জনসাধাৰণে বাইচুঙক ছিকিমৰ উন্নয়নৰ বাবে ৰাজ্যখনলৈ ঘূৰি আহি ৰাজনীতিত জড়িত হোৱাটো বিচাৰিছিল।

‘’ সময়েহে সকলো ক’ব। তেতিয়ালৈকে আমি মাত্ৰ অপেক্ষা কৰিব পাৰো,’’-তেওঁৰ বন্ধু এগৰাকীয়ে এইদৰে কয়।

বাইচুং বৰ্তমান বিহাৰৰ বেগুচৰাইত আছে য’ত ছিকিমৰ ফুটবল দলে পূব মণ্ডল সন্তোষ ট্ৰফীৰ কোৱালিফাইং ৰাউণ্ডৰ খেল খেলি আছে। ৰাজ্যিক দলটোৰ তেওঁ মুখ্য প্ৰশিক্ষক হিচাপে আছে।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd