• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

ছিকিম চৰকাৰে বাচনি কৰি উলিয়ালে ৰাজ্যৰ ৫০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 1:32 pm
Representative Image Of Sikim School
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী মেধাৱী স্কলাৰশ্বীপ, ২০১৮ৰ অধীনত ছাত্ৰ বৃত্তি প্ৰদানৰ বাবে বাচনি কৰা হৈছে ছিকিমৰ ৫০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক । ছাত্ৰ-ছাত্ৰীসকলে যাতে দেশৰ উচ্চ শিক্ষানুষ্ঠান সমূহত উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্য চৰকাৰে এই বিশেষ ছাত্ৰ বৃত্তিৰ প্ৰৱৰ্তন কৰিছিল।

ছিকিমৰ চাৰিওখন জিলাৰে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক বিশেষ পৰীক্ষা অনুষ্ঠিত হয়। আৰু সেই পৰীক্ষাৰ ফলাফলৰ যোগেদি ৰাজ্য চৰকাৰে ৫০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰি ছাত্ৰ বৃত্তি প্ৰদান কৰে। ছাত্ৰ বৃত্তিৰ বাবে এই বিশেষ পৰীক্ষাতো ২০১৭ চনৰ ডিচেম্বৰ মাহতে অনুষ্ঠিত কৰিছিল মানৱ সম্পদ উন্নয়নে।

Apply Now

ছাত্ৰ বৃত্তি পাবলৈ সক্ষম হোৱা ৫০গৰাকী ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ মেধা আৰু বাচনি প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্বাচিত কৰা হৈছে বুলি জানিবলৈ দিছে। নিৰ্বাচিত ৫০গৰাকীৰ ভিতৰত ১০ জন ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ বাহিৰত গৈ শীৰ্ষ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব পাৰিব।

গোৱালিয়ৰৰ এছচিইণ্ডিয়া কন্যা বিদ্যালয় আৰু এছচিইণ্ডিয়া স্কুল, মধ্যপ্ৰদেশৰ ডেৰাডুন চিগালী হিলছ ইণ্টাৰনেশ্যনেল একাডেমী, ডেৰাডুনৰ দিল্লী পাব্লিক স্কুল, আৰিয়ান স্কুল আৰু হিমাচল প্ৰদেশৰ পিনেগ্ৰোভ স্কুলত শীৰ্ষ ১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে সুবিধা লাভ কৰিব।

ইপিনে বাকী ৪০ গৰাকী বৃত্তি প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যখনৰে শীৰ্ষ বিদ্যালয় সমূহত পঢ়াৰ সুযোগ পাব। বিদ্যালয় কেইখন হ’ল, গেংটকৰ টাছি নামগ্যিয়াল একাডেমী, নামছি পাব্লিক স্কিল, মালবাছিৰ ডন বস্কো স্কুল, পাকিয়ঙৰ ছেইণ্ট জাভিয়াৰছ স্কুল, মৰ্টমৰ ছেইণ্ট জোচেফ’ছ স্কুল আৰু গেইজিঙৰ ছেইণ্ট মাৰিজ স্কুল।

ছিকিমৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ তথা সহায়ৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ২০১০ চনৰে পৰা মুখ্য মন্ত্ৰী মেধাৱী স্কলাৰশ্বীপৰ অধীনত ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক ছাত্ৰ বৃত্তি প্ৰদান কৰি আহিছে।

ছিকিম চৰকাৰী বিদ্যালয়ত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ পঢ়ি থকা ১১-১২ বছৰীয়া ছাত্ৰ-ছাত্ৰীয়েহে এই বৃত্তিৰ বাবে বাচনি পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd