DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসুৰক্ষিত লাল সিং মেনশ্যন ছীল কৰিলে গুৱাহাটী পৌৰ নিগমে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2018 5:15 pm
Lal Singh Mansion in Guwahati deemed unsafe
79
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী পৌৰ নিগমে বৃহস্পতিবাৰে স্থানীয় এটি ৰ’ডত অৱস্থিত লাল সিং মেনশ্যন ছীল কৰিছে। ১৯৫৭ চনত নিৰ্মাণ কৰা লাল সিং মেনশ্যন নামৰ ভৱনটো পৌৰ নিগমৰ বিষয়াই অসুৰক্ষিত ঘোষণা কৰাৰ পাছত নিগমে এই ভৱনটো ছীল কৰি দিয়ে।

অৱশ্যে এই ভৱনটো অসুৰক্ষিত ঘোষণা কৰাটো নতুন কথা নহয়। ১৯৭৬ আৰু ১৯৮১ চনতো লাল সিং মেনশ্যনক অসুৰক্ষিত ঘোষণা কৰা হৈছিল।

উল্লেখ্য যে লাল সিং আছিল উচ্চ ন্যায়ালয়ৰ বিচাৰক।

এই ভৱনটো আৱাসিক আৰু বাণিজ্যিক দুয়োটা উদ্দেশ্যত ব্যৱহাৰ কৰা হৈ আহিছে। ইয়াতে ৩২টা পৰিয়ালে বাস কৰিছিল যদিও ভৱনোটৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে তেওঁলোকে এই ভৱনটো ত্যাগ কৰি আঁতৰি গৈছে। বৰ্তমান ইয়াতে এটা পৰিয়ালে বাস কৰি আছে।

এই ভৱনটো এটি ৰ’ডৰ এটা ব্যস্ত বজাৰ এলেকাত অৱস্থিত। এই ভৱনটোত বৰ্তমান মাত্ৰ কেইটামান বাণিজ্যিক প্ৰতিষ্ঠানহে আছে।

এই ভৱনটো গুৱাহাটী পৌৰ নিগমে ভাঙি পেলোৱাটো নিশ্চিত কৰিছে।

ভৱনটোৰ গাঁথনিগত নিৰাপত্তাৰ দিশটো পৰীক্ষা কৰাৰ বাবে ২০১৪ চনত গুৱাহাটী পৌৰ নিগমৰ তদানিন্তন আয়ুক্তই গঠন কৰা কমিটীখন প্ৰতিৱেদনত এই ভৱনটো মেৰামতিৰ অযোগ্য ঘোষণা কৰাৰ লগতে  ঘন জনবসতিপূৰ্ণ বাণিজ্যিক এলেকাত অৱস্থিত বাবে ই মানুহৰ জীৱনৰ বাবে অসুৰক্ষিত বুলি ঘোষণা কৰিছিল। প্ৰতিৱেদনত  লগতে কোৱা হৈছিল যে ভৱনটোৰ বৈদ্যুতিক তাঁৰবোৰ অতি শোচনীয় হৈ পৰিছে আৰু ইয়াৰ ফলত অগ্নুৎপাত হ’ব পাৰে।

ইয়াৰ পাছতেই গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামীয়ে জুনৰ ২১ তাৰিখে এই ভৱনটো ছীল কৰাৰ আদেশ দিছিল।

Recent News

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd