• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছেবাৰ কাণ্ড : মাৰ্ঘেৰিটাত নৱম শ্ৰেণীৰ কেইবাগৰাকী ছাত্ৰীৰ পঞ্জীয়নৰ চেক লিষ্টত লাগিল ভুল ফটো

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 1, 2018 11:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাধ্যমিক শিক্ষা পৰিষদ, অসমৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ এক নমুনা পুনৰ পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ।

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ছেবাৰ দ্বাৰা প্ৰেৰিত বিদ্যালয়সমূহৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়নৰ চেক লিষ্টসমূহ বিতৰণ কৰা হয়। উক্ত চেক লিষ্ট সমূহৰ ভিতৰতে মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত ১৬ খন বিদ্যালয়ৰ চেক লিষ্টো আছে, য’ত ভয়ানক বিসংগতি থকাৰ কথা পোহৰলৈ আহিছে।

Apply Now

স্মৰ্তব্য যে পেঙেৰী পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়, বুঢ়ীদিহিং আদৰ্শ বিদ্যালয় আৰু ছেণ্ট জেভিয়াৰ্ছ স্কুলৰ নৱম শ্ৰেণীৰ সৰ্বমুঠ ২৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নৰ বিতং তথ্যৰ সতে থাকিব লগা সংশ্লিষ্ট ছাত্ৰ-ছাত্ৰীৰ ফটোৰ স্থানত আন কোনো এখন বিদ্যালয়ৰ জনৈক ছাত্ৰীৰ ফটো সন্নিৱিষ্ট হৈছে।

উল্লেখযোগ্য যে বিগত ১৯৯৮ বৰ্ষৰ পৰা মাধ্যমিক শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ নাম সমূহ পঞ্জীয়নৰ ব্যৱস্থা প্ৰৱৰ্তন কৰে। এই পঞ্জীয়ন অফ লাইনৰ জৰিয়তে কৰা হৈছিল যদিও বিগত ৪/৫ বছৰৰ পৰা এই ব্যৱস্থা অন লাইনৰ জৰিয়তে সম্পন্ন কৰা হৈ আহিছে।

অন লাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ ফটোসহ সম্পূৰ্ণ শুদ্ধ তথ্যৰে পূৰণ কৰা পঞ্জীয়ন কাৰ্ড সমূহৰ ক্ষেত্ৰত এনে অদ্ভুত বিভ্ৰাট কিদৰে সংঘটিত হ’বলৈ পালে সেয়া এতিয়া এক নুবুজা সাঁথৰ।

এনে মাৰাত্মক ভুলৰ বাবে ছেবাই কাক জগৰীয়া কৰিব? মন কৰিবলগীয়া যে পঞ্জীয়নত সংঘটিত এই বিসংগতি এটা কেন্দ্ৰৰহে, অন্যান্য সহস্ৰাধিক কেন্দ্ৰৰ ক্ষেত্ৰত কি ঘটিছে সেয়া এতিয়াও পোহৰলৈ অহা নাই।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd