• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছোহানৰ পিছত মেঘালয় আৰক্ষীৰ পৰৱৰ্তী লক্ষ্য দৃষ্টি ৰাজখোৱা

ছাইদুল খান by ছাইদুল খান
February 25, 2018 9:06 am
SOHAN-ARMS-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম’ষ্ট ৱান্টেড বিদ্ৰোহী ছোহান ডি সিৰাক হত্যা কৰাৰ পিছত মেঘালয় আৰক্ষীৰ পৰৱৰ্তী লক্ষ্য গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মি (জিএনএলএ)ক সমৰ্থন দিয়া অসমৰ বিদ্ৰোহী সংগঠনৰ মূল ব্যক্তি আলফা (স্বা:)ৰ বিদ্ৰোহী দৃষ্টি ৰাজখোৱা।

সংবাদ মাধ্যমৰ বক্তৱ্য ৰাখি ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) এছ বি সিংঙে কয়, ‘’এই অভিযানটো আছিল বিগত চাৰি বছৰ ধৰি গাৰো পাহাৰত চলি থকা তীব্ৰ সন্ত্ৰাস বিৰোধী অভিযানৰ এক সফল পৰিণতি। আমাৰ জোৱানসকলে এক লেখত ল’বলগীয়া  কাম কৰিছে।‘’

Apply Now

তেওঁ জনায় যে আইইডি বিস্ফোৰণৰ বাবে জিএনএলএৰ কেডাৰসকলৰ প্ৰশিক্ষণ দিয়াৰ আঁৰত থকা মূল মানুহ দৃষ্টি ৰাজখোৱা হৈছে মেঘালয় আৰক্ষীৰ পৰৱৰ্তী লক্ষ্য।

‘’ আমি বিএছএফ আৰু আন অৰ্দ্ধ সামৰিক বাহিনীক গাৰো পাহাৰত দৃষ্টি ৰাজখোৱাৰ অৱস্থিতি ধৰা পেলাবলৈ আন্ত:ৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত দৃষ্টি ৰাখিবলৈ সতৰ্ক কৰি দিছো,’’-ডিজিপি গৰাকীয়ে কয়।

জিএনএলএৰ বাকী থকা কেডাৰসকলক আটক কৰাৰ বাবে অভিযান এতিয়াও চলি আছে।

MLAYA-DGP-209x300

ডিজিপিয়ে লগতে জনায় যে সংগঠনটোৰ নতুন উপ সেনাধ্যক্ষ মেটছেলাঙ আৰু ছোহানৰ মূল দেহৰক্ষীগৰাকীক হত্যা কৰাৰ পিছত ছোহানৰ শক্তি হ্ৰাস পাইছিল।

‘’ৰাজখোৱাই জিএনএলএক পুনৰ্সংগঠিত কৰাৰ চেষ্টা চলাব পাৰে বা বাংলাদেশলৈ পলাই যাব পাৰে। সেয়েহে বিএছএফক সতৰ্ক কৰি দিয়া হৈছে আৰু আৰু আমাৰ জোৱানসকলেও সন্ধান অব্যাহত ৰাখিছে,’’-সিঙে জনায়।

ডিজিপি সিঙে বাকী বিদ্ৰোহীসকলক আত্মসমৰ্পন কৰিবলৈ আহ্বান জনায়।

ডিজিপি গৰাকীয়ে লগতে নিশ্চিত কৰিছে যে ছামান্দাত আইইডি বিস্ফোৰণেৰে এনচিপি প্ৰাৰ্থী জনাথন ছাংমাক শেহতীয়াভাৱে হত্যা কৰাৰ আঁৰত জিএনএলএই আছিল।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত দুটা আইইডি প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা দুটা ক্লেম’ৰ কেচিং পোৱা গৈছে যিটো এনচিপি প্ৰাৰ্থীৰ আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰাটোৰ সৈতে একেই।

উদ্ধাৰ হোৱা আন সামগ্ৰীসমূহৰ ভিতৰত আছে হেকলাৰ আৰু ক’চ আঘাতকাৰী ৰাইফলছ, এটা পিষ্টল, বৃহৎ পৰিমানৰ গুলী-বাৰুদ, দুই ডজনতকৈও অধিক জিলেটিন ষ্টিক, মোবাইল পোন, জিএনএলএৰ লেটাৰ পেড, দাবী পত্ৰ আৰু বাংলাদেশী টকা।

 

ছাইদুল খান

ছাইদুল খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd