• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদানৰ দাবীত দুলীয়াজানত আটাছুৰ নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ

NE NOW NEWS এন ই নাও নিউজ
দুলীয়াজান , June 22, 2018 10:57 pm

1 min read

ATASU
126
VIEWS
Share on FacebookShare on Twitter

অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্রদান নকৰাত কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ সদৌ তাই আহোম ছাত্র সন্থাই আজি দুলীয়াজানত প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে আজি সংগঠনটোৰ জিলা সমিতিৰ নির্দেশ মর্মে দুলীয়াজান আঞ্চলিক সমিতিয়ে দুলীয়াজানৰ পিপলতল তিনিআলিত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতিকৃতি দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদস্থলীতে কেন্দ্রীয় চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত চক্রান্ত কৰা বুলি অভিযোগ উত্থাপন কৰি অতি শীঘ্রে জনজাতিকৰণ নকৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তুলিব বুলিও সকীয়নি প্ৰদান কৰে সদৌ তাই আহোম ছাত্র সন্থাই৷

আজিৰ প্রতিবাদী কার্যসূচীত আটাছুৰ সহকাৰী সাধাৰণ সম্পাদক দেৱকান্ত গগৈ আৰু দিগন্ত কোঁৱৰৰ লগতে ডিব্রুগড় জিলা সমিতিৰ সভাপতি উমাকান্ত চেতিয়া, কার্যকৰী সভাপতি জিতেন বৰুৱা, যুটীয়া সাধাৰণ সম্পাদক ডিব্রুন্দ্র হাজৰিকা, দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি মুনিন গগৈ, কার্যকৰী সভাপতি কল্যাণ গগৈ, যুটীয়া সাধাৰণ সম্পাদক ৰূপম গগৈ আদিয়ে অংশ গ্রহণ কৰে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd