DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জখলাবন্ধা আৰক্ষীৰ বিশেষ সাফল্য : দুৰ্ধৰ্ষ চোৰাংচিকাৰীৰ লগত জড়িত দুই লিংকমেনক আটক

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
May 26, 2018 9:06 pm
Poacher linkmen nabbed
90
VIEWS
Share on FacebookShare on Twitter

১১ মে’ত বুঢ়াপাহাৰত গঁড় হত্যা কৰি আৰক্ষীৰ জালত পৰা চাৰি দুৰ্ধৰ্ষ মণিপুৰী চোৰাংচিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে আজি বিয়লি কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তবৰ্তি অঞ্চল হাৰগাঁৱৰ পৰা বাদনা মুঢ়া আৰু শাকমুঠি বাগানৰ খেলমাটিৰ লাইনৰ পৰা ৰামনাথ তাঁতী নামৰ দুজন লোকক আটক কৰে।

উক্ত দুইজন লোক চোৰাংচিকাৰী দলটোৰ হৈ লিংকমেনৰ কাম কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এই দুই লিংকমেনে বিভিন্ন সময়ত সীমান্তৱৰ্তী অঞ্চলত গঁড় হত্যাৰ বাবে বাহৰ পাতি থকা চোৰাংচিকাৰীৰ দলক চাউল, দাইল, তেল আদিকে ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে আৰক্ষীৰ গতি বিধিৰো সম্ভেদ যোগান ধৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ধৃতলোক দুজনে আজি কিছুদিন পূৰ্বে ৩,৭০০ টকাৰ খাদ্য সামগ্ৰী ক্ৰয় কৰি কাৰ্বি আংলঙৰ সীমান্তত মণিপুৰৰ চোৰাংচিকাৰী দলটোক যোগান ধৰিছিল বুলি আৰক্ষীৰ সূত্ৰৰ পৰা গম পোৱা যায়।

বৰ্তমান দুই লিংকমেনক জখলাবন্ধা আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈ তেওঁলোকৰ পৰা কোনো ধৰণৰ গঁড় হত্যাত ব্যৱহাৰ কৰা সামগ্ৰী বা মাৰণাস্ত্ৰ পোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লোক দুজনৰ পৰা অনাগত দিনত আৰু বহুতো তথ্য পোৱাৰ সম্ভবনা আছে বুলি জখলাবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবেন বৰাই জানিবলৈ দিয়ে।

Recent News

kali poster controversy

‘কালী’ পোষ্টাৰ বিতৰ্ক: চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইক শিৰচ্ছেদৰ ভাবুকি হিন্দু সন্তৰ

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অৰ্পণ দাসৰ অগ্ৰগতি

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd