• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনজাতিকৰণৰ দাবীত পুনৰ আক্ৰাছুৰ আন্দোলন ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
বঙাইগাঁও , May 21, 2018 12:00 pm

1 min read

C0SK0X6WEAAnSm9

জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্যসূচী : ফাইল ফটো

79
VIEWS
Share on FacebookShare on Twitter

জনজাতিকৰণৰ প্ৰসংগক লৈ পুনৰ সৰৱ হৈ পৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশীকে ধৰি ছয়টা জনগোষ্ঠীয় লোকক চৰম প্ৰতাৰণাৰ অভিযোগ তুলিছে আক্ৰাছুৱে।

নিৰ্বাচনৰ সময়ত বিজেপি দলে কোচ-ৰাজবংশীৰ বিভিন্ন সমস্যাৰ সমাধানৰ আশ্বাস দিছিল যদিও ক্ষমতালৈ অহাৰ চাৰি বছৰ পাছতো জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ নামত আলোচনাৰ বাহিৰে কোনো ফলপ্ৰসূ ফল পোৱা নাই বুলি অভিযোগ কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মনে।

দেওবাৰে গোসাঁইগাঁৱৰ দলগাঁওস্থিত আক্ৰাছুৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত চৰকাৰৰ এনে প্ৰতাৰণাৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে আক্ৰাছুৰ নেতৃবৰ্গই। এই কাৰ্যসূচী অনুসৰি অহা ২৪ মে’ত ২৪ ঘণ্টীয়া অসম বন্ধৰ লগতে প্ৰস্তাৱিত কমতাপুৰ বন্ধ, ৪ জুনত জিলাই জিলাই তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট, ১২ জুনৰ পুৱা ৫ বজাৰ পৰা ১০০ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ (চকা বন্ধ) আৰু ১৬ জুনত ১২ ঘণ্টীয়া ৰে’লপথ অৱৰোধ কৰা হ’ব।

এনে আন্দোলনৰ পাছতো জনগোষ্ঠীটোৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিলে আগন্তুক লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকীয়াই দিয়ে আক্ৰাছুৰ সম্পাদকগৰাকীয়ে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd