• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণৰ দাবীত পুনৰ আক্ৰাছুৰ আন্দোলন ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2018 12:00 pm
C0SK0X6WEAAnSm9

জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্যসূচী : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনজাতিকৰণৰ প্ৰসংগক লৈ পুনৰ সৰৱ হৈ পৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশীকে ধৰি ছয়টা জনগোষ্ঠীয় লোকক চৰম প্ৰতাৰণাৰ অভিযোগ তুলিছে আক্ৰাছুৱে।

নিৰ্বাচনৰ সময়ত বিজেপি দলে কোচ-ৰাজবংশীৰ বিভিন্ন সমস্যাৰ সমাধানৰ আশ্বাস দিছিল যদিও ক্ষমতালৈ অহাৰ চাৰি বছৰ পাছতো জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ নামত আলোচনাৰ বাহিৰে কোনো ফলপ্ৰসূ ফল পোৱা নাই বুলি অভিযোগ কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মনে।

Apply Now

দেওবাৰে গোসাঁইগাঁৱৰ দলগাঁওস্থিত আক্ৰাছুৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত চৰকাৰৰ এনে প্ৰতাৰণাৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে আক্ৰাছুৰ নেতৃবৰ্গই। এই কাৰ্যসূচী অনুসৰি অহা ২৪ মে’ত ২৪ ঘণ্টীয়া অসম বন্ধৰ লগতে প্ৰস্তাৱিত কমতাপুৰ বন্ধ, ৪ জুনত জিলাই জিলাই তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট, ১২ জুনৰ পুৱা ৫ বজাৰ পৰা ১০০ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ (চকা বন্ধ) আৰু ১৬ জুনত ১২ ঘণ্টীয়া ৰে’লপথ অৱৰোধ কৰা হ’ব।

এনে আন্দোলনৰ পাছতো জনগোষ্ঠীটোৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিলে আগন্তুক লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকীয়াই দিয়ে আক্ৰাছুৰ সম্পাদকগৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

July 13, 2026 10:06 am
যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

July 13, 2026 8:43 am
মাজনিশা বেংককৰ পাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

মাজনিশা বেংককৰ পাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

July 13, 2026 7:42 am
জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

July 13, 2026 10:06 am
যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

July 13, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd