• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালি : খোৱা পানীৰ বটলত মৃত মকৰা

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , July 29, 2018 6:32 am

1 min read

খোৱাপানীৰ বটলত মকৰা
114
VIEWS
Share on FacebookShare on Twitter

খোৱাপানীৰ নামত জনসাধাৰণক বৰ বিহ খুৱাইছে বহু জাতিক কোম্পানীয়ে। সেইদৰে জনস্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব নাই খাদ্য আৰু যোগান বিভাগৰ। উৎকট গৰমৰ বতৰত বজাৰত সহজে উপলব্ধ পানী খাওঁতে সাৱধান হ’ব। কিয়নো এইবাৰ খোৱাপানীৰ বটলত ওলাইছে মৃত মকৰা।

যোৰহাট জিলাৰ চেলেংহাট পিঠাখোৱাৰ এগৰাকী মহিলাই দোকানৰ পৰাই ক্ৰয় কৰা স্পেলশ নামৰ এটা পানীৰ বটলৰ ভিতৰত ওলাইছে মৃত মকৰা। চেলেংহাটৰ বাসিন্দা মনি গগৈ নামৰ এগৰাকী মহিলাই শুকুৰবাৰে নিশা আমগুৰি ৰে’ল ক্ৰচিঙৰ সমীপৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰা স্পে্লশ (SPLASH) নামৰ কোম্পানীৰ পানীৰ বটলটোৰ পানী খাৱলৈ লওঁতে প্ৰতক্ষ্য কৰে বটলৰ ভিতৰত সোমাই থকা এটা মৃত মকৰা।

উল্লেখ্য যে চৰকাৰৰ বিয়াগোম খাদ্য আৰু যোগান বিভাগ আছে যদিও জনসাধাৰণৰ খাদ্যৰ ওপৰত গুৰুত্ব নিদিয়ে বিভাগটোৱে।বহু সময়ত বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ খাদ্যত পোক পতংগ পৰিলক্ষিত হৈছে আহিছে যদিও নাই বিভাগটোৰ গা লৰা নাই।

আনহাতে, জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালি কৰি কোম্পানীসমূহে খাদ্যবস্তুৰ গুণাগুণ পৰীক্ষা নকৰাৰ অভিযোগৰ লগতে বজাৰত সুলভ হৈ পৰা কোম্পানীসমূহৰ সামগ্ৰীৰ ওপৰত সংশ্লিষ্ট বিভাগে নজৰ ৰখাৰ দাবী তুলিছে সচেতন ৰাইজে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd