DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জন্মভূমি মাজিৰগাঁৱত চহিদ ভাস্কৰ কলিতাক শ্ৰদ্ধাঞ্জলি : সাহসিকতা বঁটা প্ৰদানৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2018 11:01 am
53b1f417-4b8a-4c58-b3eb-ea6e98e2153d
103
VIEWS
Share on FacebookShare on Twitter

বীৰ চহিদ ভাস্কৰ কলিতাৰ সোঁৱৰণত সোমবাৰে মাজিৰগাঁও বাসীয়ে অনুষ্ঠিত কৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। তিনিচুকীয়া জিলাৰ বৰডুমচাত ৪ মে’ত সন্ধিয়া আলফাৰ গুলীত নিহত হোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰয়াত কলিতাৰ বাসগৃহৰ সমীপতে থকা মাজিৰগাঁও সেৱা সংঘ পুথি ভঁড়াল আৰু মাজিৰগাঁও কেন্দ্ৰীয় সমিতিৰ যৌথ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এখনি স্মৃতিচাৰণ সভা  অনুষ্ঠিত হয়।

চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে চহিদ কলিতাৰ সহধৰ্মিনী সংগীতা কলিতাই।

স্মৃতিচাৰণ সভাত অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰাক্তন সভাপতি ডঃ বলেন কলিতাই উপস্থিত থাকি বীৰ চহিদ ভাস্কৰ কলিতাই দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ নিজেই মৃত্যু বৰণ কৰিব লগা হ’ল আৰু আমি এগৰাকী দেশপ্ৰেমীক হেৰুৱাব লগা হোৱাত দুখ প্ৰকাশ কৰিছো। লগতে বীৰ চহিদ ভাস্কৰ কলিতাৰ আত্মাই সদগতি লাভ কৰক আৰু সদাই সকলোৰে বাবে প্ৰেৰণা হৈ থাকক বুলি মন্তব্য কৰে বলেন কলিতাই।

আনহাতে সভাত কলিতাৰ সহধৰ্মিণী সংগীতা বণিয়া কলিতাই কয় যে তেওঁৰ স্বামী ভাস্কৰ কলিতা বৰ্তমান পৰিয়ালৰ সদস্য হৈ থকা নাই তেওঁ ৰাইজৰ বুকুৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হোৱাত আমি এই শোকৰ দিনতো সান্তনা অনুভৱ কৰিছো।

সভাৰ শেষত সভাখনৰ সভাপতি সুভাষ শৰ্মাই কয় যে আৰক্ষী বিষয়াগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেওঁলোকে সকলো পদক্ষেপ গ্ৰহণ কৰিব।

স্থানীয় জনপ্ৰতিনিধি তথা ৰাইজৰ সহযোগত চহিদগৰাকীৰ স্মৃতি সৌধস্থলীত এটি স্থায়ী প্ৰতিমূৰ্তি নিৰ্মাণ, এখন পাৰ্ক নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা বুলি সদৰী কৰে। তেওঁ লগতে ভাস্কৰ কলিতাক মৰণোত্তৰভাৱে সাহসিকতাৰ বঁটা প্ৰদান কৰিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰি এই সভাতেই এক প্ৰস্তাৱ গ্ৰহণ কৰে।

এই সভাত মাজিৰগাঁও সেৱা সংঘ পুথিভঁৰাল আৰু মাজিৰগাঁও  কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, দক্ষিণ কামৰূপ ছাত্ৰ সন্থা, মাজিৰগাঁও অঞ্চলৰ ৰাইজ, পলাশবাৰী পৌৰসভা, সাংস্কৃতিক বিকাশ ভৱন পলাশবাৰী, পলাশবাৰী ৰাস পৰিচালনা সমিতি, দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জা, মাজিৰগাঁৱৰ কেইবাখনো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Recent News

Gyanvapi Mosque

জ্ঞানৱাপী মছজিদ বিতৰ্ক : দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন দিল্লী আদালতৰ

petroldiesel_3

জনতাক সামান্য সকাহ: হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য,কিমান কমিব?

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

Old Woman Deadlift

কোনে কয় “বয়স বৃদ্ধি হ’লে মনোবল হ্ৰাস পায়”!: নাতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ৮০ বছৰীয়া বৃদ্ধাৰ চমক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd