DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাগুনৰ বনাঞ্চলত প্ৰচণ্ড গুলীয়াগুলী; বনকৰ্মীৰ দলকে আক্ৰমণ চোৰাংচিকাৰীৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 18, 2018 7:52 pm
jagun firing

প্ৰতিনিধিত্বমূলক ছবি

87
VIEWS
Share on FacebookShare on Twitter

চোৰাং চিকাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণেৰে অসমত গঁড়ৰ লগতে আন বন্যপ্ৰাণী সুৰক্ষাৰ অন্যতম প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ শাসনত এইবাৰ বন বিভাগে নহয়, ওলোটাই চোৰাং চিকাৰীয়ে অভিযানকাৰী বনকৰ্মীৰ দলৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা ঘটিছে।

তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত আজি ১৮ জুলাইত বনকৰ্মীৰ ওপৰতে ভয়ংকৰ গুলীবৰ্ষণ কৰি পলাই যায় ১০ জনকৈ চোৰাংচিকাৰী।

‘আমাৰ অভিযানকাৰী দলটোক উদ্দেশ্যি প্ৰথমে চোৰাং চিকাৰীসকলে গুলী চালনা কৰে। প্ৰত্যুত্তৰত আমিও চোৰাংচিকাৰীৰ দলটোলৈ লক্ষ্য কৰি গুলী চালনা কৰো যদিও ১০ জনীয়া চোৰাংচিকাৰীৰ দলটো উক্ত স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়,’ নৰ্থ ইষ্ট নাও-ক জনাই বন বিভাগৰ এক সূত্ৰই।

গুলীয়াগুলীত দুজনকৈ চোৰাংচিকাৰী আহত হোৱা বুলিও বন বিভাগৰ সূত্ৰই দাবী কৰিছে।

jagun
উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ

পিছত বনকৰ্মীসকলে চোৰাংচিকাৰীৰ শিবিৰটো উৎখাত কৰাৰ লগতে শিবিৰটোৰ পৰা ৬ টাকৈ হস্ত নিৰ্মিত বন্দুক, টৰ্চ লাইটকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰে।

টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই গৈ নামফাই সংৰক্ষিত বনাঞ্চলত কিছুদিন পূৰ্বে মৃত্যু হোৱা গুলীবিদ্ধ হাতীটো এই চোৰাংচিকাৰীৰ দলটোৱেই গুলীউৱা বুলি সন্দেহ কৰা হৈছে বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ।

চোৰাংচিকাৰীৰ দলটো অৰুণাচল প্ৰদেশৰ বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd