DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাতিৰ স্বাৰ্থত বেলতলা বজাৰত অখিল গগৈ – মীৰা বৰঠাকুৰৰ ঐতিহাসিক মিলন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 13, 2018 12:36 pm
অখিল-মীৰা
271
VIEWS
Share on FacebookShare on Twitter

বেলতলা বজাৰত অখিল গগৈয়ে আজি  নিজেই ব্যৱসায়ীসকলক লগ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰচাৰ পত্ৰ বিতৰণ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজৰ মাজত গণ সচেতনতা আনিবৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই অভিযান হাতত লৈছে।

উল্লেখযোগ্য যে বেলতলা বজাৰতে বিজেপিৰ নেত্ৰী মীৰা বৰঠাকুৰেও আজি আৰম্ভ কৰিছে গণস্বাক্ষৰ অভিযান। এনেদৰে হঠাৎ বেলতলা বজাৰৰ মাজ মজিয়াত দুয়ো মুখা মুখি হয় আৰু দুয়ো দুয়োৰে প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

কৃষক নেতা অখিল গগৈয়ে সংবাদ মাধ্যমক কয় যে মীৰা বৰঠাকুৰৰ এই প্ৰচেষ্টা শলাগ ল’বলগীয়া। বিজেপি দলৰ জ্যেষ্ঠ নেত্ৰী হৈয়ো তথা পদবীৰ পৰা আঁতৰ হোৱাৰ ভয় থকাৰ পিছতো চৰকাৰৰ এনে জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে ওলাই অহাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ।

আনহাতে বিজেপি নেত্ৰী মীৰা বৰঠাকুৰেও এই বিধেয়কখন সৰ্বভাৰতীয় পৰ্যায়ত বাতিল হ’ব লাগে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

উল্লেখযোগ্য যে বিজেপিৰ নেত্ৰী গৰাকীয়ে আজিৰ দিনটোতে বেলতলা বজাৰত গণস্বাক্ষৰ অভিযান চলাই আছে। তেওঁ লগতে যিমানখিনি স্বাক্ষৰ সংগ্ৰহ হয় আটাইখিনি অখিল গগৈৰ হাতত জমা দিয়া হ’ব বুলিও ঘোষণা কৰে।

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰে আমাৰ সাংবাদিকক জনোৱা অনুসৰি এঘন্টাৰ ভিতৰত তেওঁলোকে প্ৰায় ২০০০ প্ৰচাৰ পত্ৰ বিতৰণ কৰিছে।

তাৎপৰ্যপূৰ্ণভাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শেষৰ জন সদস্য জীয়াই থকা পৰ্যন্ত তেওঁলোকে এই বিধেয়কৰ বিৰোধিতা কৰি যাব বুলিও লস্কৰে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ আৰু অখিল গগৈৰ মিলনৰ দৃশ্য চাবৰ বাবে এই লিংকত ক্লিক কৰক

https://m.facebook.com/story.php?story_fbid=177110139665347&id=143301876379507

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd