• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জানুৱাৰি ১৮ তাৰিখৰ পৰা আৰম্ভ হ’ব আদিবাসী মহাসভা

চাজিদ খান by চাজিদ খান
January 10, 2018 7:08 pm
আয়োজনস্থলী
168
VIEWS
Share on FacebookShare on Twitter

১৫সংখ্যক আদিবাসী মহাসভা ২০১৮ৰ দিন চমু চাপি অহাৰ লগে লগে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে আয়োজক গোষ্ঠীয়ে। জানুৱাৰি ১৮ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ খোখাবস্তিস্থিত আবা জাষ্টিন লাক্ৰা ক্ষেত্ৰত অনুষ্ঠিত হ’ব এই মহাসভা।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদোগত ওদালগুৰি জিলা কমিতিৰ সহযোগত মহাসভাখনৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে। মহাসভাখন সফলতাৰে সম্পন্ন কৰাৰ বাবে টংলা আঞ্চলিক আৰু হৰিশিঙা আঞ্চলিকে পূৰ্ণ সহযোগিতা আগবঢ়াব ওদালগুৰি জিলা কমিতিক।

 

আয়োজক সমিতিৰ সহ.সম্পাদক সুৰেশ লমগাই আমাক জানিবলৈ দিয়া অনুসৰি মহাসভাখনত অসমৰ সকলো প্ৰান্তৰ পৰা মুঠ ৩০০০ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। মহাসভাখনত সাংস্কৃতিক কাৰ্যসূচী, অধ্যয়ন চক্ৰৰ লগতে বিভিন্ন ধৰণৰ প্ৰদৰ্শণীৰো ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে।

মহাসভাখন সাফল্য মণ্ডিত কৰি তোলাৰ বাবে অসম চৰকাৰৰ খাদ্য তথা অসামৰিক যোগান মন্ত্ৰী ৰিহন দৈমাৰীক সভাপতি, প্ৰদীপ নাগক কাৰ্যকৰী সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ শান্তিয়াছ কুজুৰক সম্পাদক হিচাপে লৈ এখন সুন্দৰ আহ্বায়ক সমিতি গঠন কৰা হৈছে।

উল্লেখযোগ্য যে আদিবাসী সম্প্ৰদায়ৰ লোকসকলৰ শিক্ষা, ৰাজনৈতিৰ অধিকাৰ, ভূমি পট্টা আৰু অনুসূচিত জনজাতি আদি বিষয়কেইটা সুৰক্ষা কৰাৰ স্বাৰ্থত এই মহাসভাখনৰ আয়োজন কৰা হোৱা বুলি জনায়। আদিবাসী মহাসভাখনৰ শেষৰ কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, প্ৰাক্তন মন্ত্ৰী পৱন সিঙ ঘাটোৱাৰ, আটুৱা মুণ্ডাৰ লগতে আদিবাসী সম্প্ৰদায়ৰ বহু বিশিষ্টলোক উপস্থিত থাকিব। ইয়াৰ উপৰি মহোৎসৱখনত প্ৰায় ৫০হাজাৰ লোক সমবেত হ’ব বুলি আয়োজকে আশা প্ৰকাশ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd