• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জিলাভিত্তিক টেলেন্ট কনটেষ্টত ‘মিছেছ নগাঁও’ খিতাপ অৰ্জন কৃষ্ণা নাথ বৰাৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , July 24, 2018 10:54 am

2 min read

মিছেছ নগাঁও
109
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ মহিলাসকলৰ মাজত থকা প্ৰতিভা বিকাশৰ অৰ্থে বি এম ক্ৰিয়েশ্যনে আয়োজন কৰা এক টেলেণ্ট কনটেষ্ট ”মিছেছ নগাঁও” খিতাপ অৰ্জন কৰিছে ধিঙৰ কৃষ্ণা নাথ বৰাই। দেওবাৰে নিশা নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত ”মিছেছ নগাঁও”ৰ ফাইনেলত কৃষ্ণা নাথ বৰাই চূড়ান্ত খিতাপ অৰ্জন কৰাৰ বিপৰীতে ঝুমা মেধিয়ে  প্ৰথম ৰাণাৰ্ছ আপ আৰু কল্যাণী ভূঞাই দ্বিতীয় ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰে।

ইয়াৰ উপৰি ডেইজী বৰাই মিছেছ টেলেণ্টেড, ৰীতা বৰদলৈ বৰাই মিছেছ ম’ষ্ট পপুলাৰ, কৃষ্ণা নাথ বৰাই মিছেছ বিউটিফুল স্মাইল, লীমা দেৱ ৰয়ে মিছেছ হিউমিনিটি, মালৱিকা শৰ্মা মহন্তই মিছেছ পাৰ্চনেলিটি, মনজ্যোতি দেৱীয়ে মিছেছ প্ৰেজেণ্টেবল, লোনা খানে মিছেছ বিউটিফুল হেয়াৰ, নৱনিতা বৰুৱাই মিছেছ ফটোগ্ৰাফী খিতাপ অৰ্জন কৰে।

একেদৰে এই প্ৰতিযোগিতাত কল্যাণী ভূঞাই মিছেছ বিউটিফুল স্ক্ৰীণ, স্মৃতিৰেখা কলিতা বৰুৱাই মিছেছ ম’ষ্ট ষ্টাইলিছ, ৰশ্মিৰেখা দাসে মিছেছ বিউটিফুল আইচ, ঝুমা মেধিয়ে মিছেছ ইন্সপ্ৰাৰেশ্যন, চন্দ্ৰিমা দাস মেধিয়ে মিছেছ ভয়চ অৱ নগাঁও, লীমা দেৱ ৰয়ে মিছেছ কিটচেন কুইন আৰু পিংকি হাজৰিকা গগৈয়ে মিছেছ লাভেবুলৰ চাব টাইটেলৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

এক প্ৰেছ বিজ্ঞপ্তি যোগে বি  এম ক্ৰিয়েশ্যনৰ হৈ বন্দনা কলিতা আৰু মণিকা ৰয়ে এই কথা জানিবলৈ দি কয় যে এই প্ৰতিযোগিতাত ৰন্ধন প্ৰতিযোগিতা, আল্পনা অঁ‌কা প্ৰতিযোগিতা, বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা, প্ৰশ্নোত্তৰ শিতান আদি প্ৰতিযোগিতাও সন্নিৱিষ্ট হৈ আছিল।

বিশিষ্ট পৰিচালক মানৱেন্দ্ৰ অধিকাৰী, মিছেছ আৰ্থ ইউনিভাৰ্চ কিৰণ বড়ো আৰু শিক্ষয়িত্ৰী নাজমা চুলতানাই ‘মিছেছ নগাঁও’ প্ৰতিযোগিতাৰ বিচাৰক হোৱাৰ উপৰি চোহানা পাৰবীনে ৰন্ধন প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰা এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে বিশিষ্ট অভিনেত্ৰী তথা গায়িকা নৱনীতা শৰ্মা বৰাই উপস্থিত থাকে।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd