• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি আই এম টিত অনুষ্ঠিত স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০১৮ত মধ্য প্ৰদেশৰ শিক্ষাৰ্থী দলে বিজয়ী হৈ পালে ১ লাখ টকাৰ পুৰস্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2018 10:33 pm
Hekathon
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজি, চমুকৈ জি আই এম টিত ৩০ মাৰ্চৰ পৰা হৈ থকা স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০১৮ৰ গ্ৰেণ্ড ফিনেল আজি সন্ধিয়া ৮ বজাত অন্ত পৰে।

৩৬ ঘণ্টীয়া অবিৰত ক’ডিঙৰ এই প্ৰতিযোগিতাত মুঠ ৩২০ জন প্ৰতিযোগীয়ে ৪০ টা দল হৈ অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগীসকলে নিৰ্বাচিত ১০টা প্ৰগ্ৰামিং সমস্যা সমাধানৰ চেষ্টা কৰিছিল।

Apply Now

মধ্য প্ৰদেশৰ দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ টীম এছ (Team Aces) প্ৰতিযোগিতাৰ বিজয়ীৰ স্থান লাভ কৰে। আনহাতে মধ্য প্ৰদেশৰে অৰিয়েণ্টেল ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকন’ল’জিৰ টীম চাইফাৰ (Team Ciphers)-এ প্ৰথম ৰানাৰ আপ আৰু গুজৰাটৰ য়ু ভি পেটেল কলেজ অব ইঞ্জিনিয়াৰিঙৰ টীম য়ু ভি পি চি ই জিৰ’ ৱানে (Team UVPCE01) দ্বিতীয় ৰানাৰ আপৰ সন্মান লাভ কৰে।

প্ৰতিযোগিতাখনৰ বিজয়ী দলটোক ১ লাখ টকা আৰু প্ৰথম ৰানাৰ আপ দলটোক ৭৫ হাজাৰ টকা আৰু দ্বিতীয় ৰানাৰ আপ দলটোক ৫০ হাজাৰ টকাৰ বঁটা দিয়া হয়। ইয়াৰ লগতে আন ১০টা দলক উদগনিমূলক বঁটা দিয়া হয়। এইকেইটা দলক ১০ হাজাৰ টকাকৈ পুৰস্কাৰ দিয়া হয়।

বিজয়ী দলটোৱে জনজাতীয় পৰিক্ৰমা মন্ত্ৰ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া দহটা সমস্যাৰ ভিতৰত বন বিভাগৰ কামত অহাকৈ ফৰেষ্ট ৰাইট এৱাৰনেছ প্ৰগ্ৰামৰ বিষয়ে এনিমেইটেড ভিডিঅ’ এটা ডিছপ্লেই কৰা প্ৰগ্ৰাম নিৰ্মাণ কৰে। সেইদৰে প্ৰথমটো ৰানাৰ আপ দলে জনজাতীয় লোকসকলে তেওঁলোকৰ অঞ্চলত থকা পৰ্য্যটন সম্ভাৱনাক প্ৰচাৰ কৰিব পৰা এটা এপ নিৰ্মাণ কৰি উলিয়ায়। আনহাতে দ্বিতীয় ৰানাৰ আপ দলটোৱে know your right সম্পৰ্কীয় প্ৰগ্ৰাম নিৰ্মাণ কৰে।

আজিৰ সামৰণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে মন্ত্ৰী পল্লৱলোচন দাস উপস্থিত থকাৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰা, জনজাতীয় পৰিক্ৰমা দপ্তৰৰ যুটীয়া সচিব ৰাজেশ আগৰৱাল আৰু AICTEৰ সহযোগী সঞ্চালক অজিত সিং উপস্থিত আছিল।

উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্য্যায়ৰ এই ক’ডি প্ৰতিযোগিতাখন দেশৰ মুঠ ২৮টা কেন্দ্ৰত একে সময়তে অনুষ্ঠিত হৈছিল। সমগ্ৰ উত্তৰ-পূবৰ ভিতৰত জি আই এম টিয়ে হৈছে একমাত্ৰ কেন্দ্ৰ।

কালি প্ৰতিযোগিতাখন জনজাতি পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জে এছ ভাভোৰে মুকলি কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd