DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহেৰে নলবাৰী থানাত এজাহাৰ হিন্দু জাগৰণ মঞ্চ আৰু ৰুদ্ৰ সেনা অসমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2018 10:43 am
Zubeen

ফাইল ফটো

105
VIEWS
Share on FacebookShare on Twitter

ফিনলেণ্ডত বিশ্ব জয় কৰি দেশক গৌৰৱান্বিত কৰা হিমা দাসক বিভিন্ন জনে অভিনন্দন জনোৱাৰ সময়তে অসমীয়া সংগীত জগতৰ তাৰকা তথা যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গে কৰা এক মন্তব্যই এতিয়া জোকাৰণি তুলিছে সমগ্ৰ অসমতে।

উল্লেখ্য যে ফিনলেণ্ডত অনুষ্ঠিত হোৱা এথলেটিকছৰ বিশ্ব জুনিয়’ৰ প্ৰতিযোগিতাত মহিলাৰ ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰা হিমা দাসক গো মাংস খাবলৈ পৰামৰ্শ আগবঢ়াইছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। জুবিনে এই সম্পৰ্কত কয় যে হিমাই আগন্তুক এছিয়ান গেইমছ আৰু অলিম্পিকত পদক অৰ্জন কৰিবলৈ হ’লে নিজৰ শক্তি বৃদ্ধি কৰিব লাগিব। আৰু ইয়াৰ বাবে তেওঁ গো মাংস খোৱাটো প্ৰয়োজনীয়।

জুবিনে কৰা এই মন্তব্যৰ পাছতে অসমৰ সমগ্ৰ হিন্দু সমাজ গৰজি উঠা পৰিলক্ষিত হৈছে। ছ’চিয়েল মিডিয়াটো আৰম্ভ হৈছে জুবিন বিদ্ৰোহ। কোনো কোনো অঞ্চলত দেখা গৈছে জুবিনৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ।

e0e3ef5d-9956-4b8c-ba8b-4e77cab69aa7

ঠিক সেইদৰে হিন্দু সমাজক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে নলবাৰীৰ ৰাজপথত হিন্দু জাগৰণ মঞ্চ আৰু ৰুদ্ৰ সেনা অসমে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে জুবিন গাৰ্গ মুৰ্দাবাদ ধ্বনি দি হৰিমন্দিৰ চ’কত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।

ইয়াৰ উপৰি হিন্দু জাগৰণ মঞ্চ আৰু ৰুদ্ৰ সেনা অসমৰ নলবাৰী জিলা সমিতিয়ে জুবিনৰ বিৰুদ্ধে নলবাৰী থানাত এখন এজাহাৰো দাখিল কৰে।

সাম্প্ৰদায়িক মন্তব্যৰে হিন্দু সমাজক হেয় পতিপন্ন কৰিব খোজা জুবিন গাৰ্গে ৰাজহুৱা ক্ষমা নুখুজিলে নলবাৰীত জুবিনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিয়ে সংগঠন দুটাই৷

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd