DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘জুবিন ফেন ক্লাব’ৰ নাগৰিকত্ব বিধেয়ক বিৰোধিতা : ৰাজপথত মোদী-সোণোৱালৰ প্ৰতিকৃতি দাহ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 11, 2018 10:34 pm
protest against citizenship amendment bill by zubeen fan club
137
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় গায়ক জুবিন গাৰ্গে নাগৰিকত্ব সংশোধন বিধেয়কৰ বিৰোধিতা কৰি সকলোকে এই বিধেয়কৰ বিৰোধিতাত ওলাই আহিবলৈ আহ্বান জনোৱাৰ পিছতে মাৰবান্ধি ওলাই আহিছে জুবিন ফেন ক্লাব ( Zubeen Fan Club )। ফেন ক্লাবৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই পাঠশালাত আজি ১১ মে’ত বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে।

নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে পাঠশালাত জুবিন ফেন ক্লাব আৰু আন সংগঠনসমূহে আন্দোলন আৰু প্ৰতিকৃতি দাহ কৰাৰ দৃশ্য

ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়কখনৰ বিৰোধিতাৰে বিভিন্ন প্লেকাৰ্ড লৈ সংগঠনসমূহৰ মুঠ ১০০ গৰাকী সদস্যই বজালী কলেজৰ ওচৰৰ পৰা পাঠশালা চহৰ চাৰিআলি হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গৈ প্ৰতিকৃতিকেইটা দাহ কৰে।

Recent News

প্ৰযুক্তি যুদ্ধ! ChatGPT ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ গুগলে আনিছে chatbot ‘Bard’

প্ৰযুক্তি যুদ্ধ! ChatGPT ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ গুগলে আনিছে chatbot ‘Bard’

DME-ত ২০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদৰ বাবে কৰক অনলাইন আবেদন

DME-ত ২০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদৰ বাবে কৰক অনলাইন আবেদন

দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প; আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প; আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd