• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুৱাৰ আড্ডাত অভিযান চলাই ধন আৰু বস্তু বাহানি জব্দ শিলচৰ আৰক্ষীৰ

NE NOW NEWS শিবাশিস চক্ৰবৰ্তী
শিলচৰ , April 28, 2018 10:28 am

1 min read

gambling adda
75
VIEWS
Share on FacebookShare on Twitter

জুৱা খেল চলি থকাৰ খবৰ গোপন সূত্ৰ লাভ কৰাৰ পাছত জিলা সদৰৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত  সদৰ আৰক্ষী লোকৰ এটা দলে আবেলি ৩ বজাত মাধব ৰোডৰ নাগাপট্টিত অভিযান চলাই নগদ ধন আৰু জুৱাৰ সৈতে জৰিত ভালেমান বস্তু বাহানি জব্দ কৰে।

৫-৬ খন ভিন্ন ভিন্ন দোকানত একেলগে অভিযান চলাই  আৰক্ষীয়ে ১,০০ সংখ্যক তীৰৰ টিকটৰ বহী, ৩টা কেলকুলেটৰ, ২খন ক্লীপবোৰ্ড, ৭টা তীৰ পঞ্জীয়ন বহী, ১০খন তীৰৰ শেষ নম্বৰৰ তালিকা, ৩টা লেপটপ, নগদ ৪,৮০০ টকা, ১,০০০খন তীৰৰ টিকটৰ বহী থকা এটা ষ্টীলৰ বাকছ। তীৰৰ জুৱাৰ সৈতে জড়িত ৮জন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে  (১) ৰঞ্জীত সাহা, (২) ছিৰাজুদ্দিন চৌধুৰী, (৩) ছফিকুৰ ৰহমান ছদিয়াল, (৪) বন্তি বইদকাৰ, (৫) মাৰু দাস, (৬) ৰূপেশ কুমাৰ সিং, (৭) জাহিৰ উল ইছলাম বৰভূঞা আৰু (৮) আব্দুল মিঞা।

অসম ক্ৰীড়া আৰু বাজি নিষিদ্ধ আইনৰ ধৰা ৪/১৫ৰ অধীনত আৰক্ষীয়ে লোককেইজনৰ বিৰুদ্ধে ১৩১৫/১৮ অভিযোগ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd