DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুৱেলাৰিৰ দোকান খুলি চলাই আছিল ড্ৰাগছৰ বেহা : হীৰালাল জুৱেলাৰিৰ দুই স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2018 12:50 pm
drug-570x320
97
VIEWS
Share on FacebookShare on Twitter

জুৱেলাৰিৰ দোকান খুলি ড্ৰাগছৰ বেহা চলাই থকা দুজন ব্যক্তিক কালি মহানগৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ব্যক্তি দুজনৰ নাম ক্ৰমে বিনোদ বাৰ্মা আৰু দিলীপ বাৰ্মা। মহানগৰীৰ পল্টন বজাৰৰ নেপালী মন্দিৰ পথত তেওঁলোকৰ হীৰালাল জুৱেলাৰি নামেৰে এখন দোকান আছে।

দুয়োজনেই বহু দিনৰ পৰা অবৈধ ড্ৰাগছৰ চোৰাং ব্যৱসায় চলাই আছিল বুলি আৰক্ষীৰ সূত্ৰই কয়। আৰক্ষীয়ে অভিযানৰ সময়ত কণ্টেইনাৰত ভৰাই ৰখা অৱস্থাত ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে ১৭ ফেব্ৰুৱাৰিত মহানগৰ আৰক্ষীয়ে অবৈধ ড্ৰাগছৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছিল। মহানগৰীৰ প্ৰায় ৩০ টা স্থানত একেসময়তে চলোৱা এই অভিযানত আৰক্ষীয়ে প্ৰায় ৩০ জন লোকক আটক কৰে। ইয়াৰে দুগৰাকী মহিলাকে ধৰি ১৩জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

বিনোদ বাৰ্মা আৰু দিলীপ বাৰ্মাৰ উপৰি গ্ৰেপ্তাৰ কৰা আন ড্ৰাগছ ব্যৱসায়ীকেইজন হ’ল ক্ৰমে গড়চুক কটাহবাৰীৰ তাচৰ আলী, জালুকবাৰী কাটিয়া দলঙৰ ৰুবী  আলী, মছজিদ গলিৰ নীৰা দাস, নুনমাটি আনন্দনগৰৰ বিক্ৰম দাস, মিণ্টুল হক, ইছলামপট্টিৰ মোজাম্মিল হক ওৰফে আপ্পা, কালীবাৰী ৰে’লৱে কলনিৰ মালা বৰুৱা, দক্ষিণ শৰণীয়াৰ ৰাজু ৰাও, অভিষেক ৰাও আৰু মহেশ প্ৰসাদ কুণ্ডু, বামুণীমৈদাম ৰে’লৱে কলনিৰ ভৱতেশ দাস।

উল্লেখযোগ্য যে ইয়াৰে মোজাম্মিল হক প্ৰাক্তন ক্ৰিকেট খেলুৱৈ। তেওঁক পূৰ্বেও আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল।

Recent News

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd