• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্যেষ্ঠজনলৈ ওলগ : অনুকৰণীয় দৃষ্টান্ত দাঙি ধৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
April 16, 2018 11:41 am
IMG-20180415-WA0033-01
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুকৰণীয় দৃষ্টান্ত দাঙি ধৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে আজি বিশ্বনাথৰ কেইবাজনো জ্যেষ্ঠ ব্যক্তি, নাগৰিক আৰু যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থৰ ঘৰলৈ গৈ বিহুৰ ওলগ জনাই সম্বৰ্ধনা জ্ঞাপন কৰে।

আজি ব’হাগ মাহৰ প্ৰথম দিনটোত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ সদস্যসকলৰ এই প্ৰশংসনীয় পদক্ষেপৰ সকলোৱে শলাগ লৈছে। সদস্যসকলে জ্যেষ্ঠ লোকসকলৰ পৰা আশীৰ্বাদো গ্ৰহণ কৰে।

Apply Now

আনহাতে তেওঁলোকে কেইবাজনো প্ৰশাসনিক বিষয়াকো সম্বৰ্ধনা জনায়।

আজি নিচেই পুৱাৰ পৰা আৰম্ভ হোৱা এই সম্বৰ্ধনা জ্ঞাপন কাৰ্যসূচীত জিতেন ভাগৱতী, তৰুণ শইকীয়া, কুশ কোঁচ, উমাচৰণ বৰা, নৰেন ভট্ট, শংকৰ প্ৰসাদ গুপ্তা, স্বৰ্ণ হাজৰিকা, কনকলতা নেওগ, সত্যৱতী বৰা, ঋষভ হাজৰিকা, বিদ্যুৎ শৰ্মা, অকণ শইকীয়াকে ধৰি বহুকেইজন জ্যেষ্ঠ ব্যক্তি তথা নাগৰিকক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতে চিত্ত শইকীয়া, অমৃত হাজৰিকা, দীপ শইকীয়া, লাচিত শইকীয়া, অচ্যুত চুতীয়া, পৰাগ শইকীয়া, দ্বীজেন মহন্ত, খনীন্দ্ৰ শইকীয়া, ৰঞ্জু বৰুৱা, জিতু বৰা, অঞ্জন বৰা(সোণটি), দীপক ডেকাকে ধৰি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থকো বিহুৰ ওলগ তথা সম্বৰ্ধনা জ্ঞাপন কৰে পৰিষদৰ সদস্যসকলে। তেওঁলোকে প্ৰাক্তন সতীৰ্থসকলৰ সৈতে অনাগত দিনত পৰিষদক সঠিক দিশত আৰু শক্তিশালীভাৱে আগ বঢ়াই নিয়াৰ বিষয়েও আলোচনা কৰে।

বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, উপায়ুক্ত ধীৰাজজ্যোতি কলিতা, আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰী, ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, ৰেইঞ্জাৰ প্ৰাঞ্জল বৰুৱাকে ধৰি বিভিন্ন প্ৰশাসনিক বিষয়া-কৰ্মচাৰীকো আঞ্চলিক সমিতিখনে বিহুৰ ওলগ জ্ঞাপন কৰে।

দুপৰীয়া ১ বজাৰ পৰা বিশ্বনাথৰ উত্তৰ কমাৰ গাওঁ, দীঘলী পুখুৰী, হাইদাবাৰী, সাঁকোমঠা আদি অঞ্চলত কণ কণ শিশুসকলৰ মাজত খাদ্য সামগ্ৰী আৰু শিক্ষাৰ সহায়ক সামগ্ৰী বিতৰণ কৰা হয়।উক্ত কাৰ্যসূচীত বিশ্বনাথ চাৰিআলি  আঞ্চলিক সমিতিৰ সভাপতি ঈশানপ্ৰতিম শইকীয়া, সাধাৰণ সম্পাদক পাৰ্থ দাস, ৰূপম মহন্ত, বাসৱ বাৰূৱতী, মানস বৰা, ধনটি দত্ত, মৃত্যুঞ্জয় সন্যাল, দিব্যজোতি বৰা, কল্পজ্যোতি বৰা, মৃণাল শৰ্মা, সুমন্ত হাজৰিকা, ত্ৰিদিপ বৰা, জ্যোতিষ্মান বৈশ্য, ৰজত মুখাৰ্জী, যুৱৰাজ কটোৱাল, তুহিন ভূঞা, পাৰ্থপ্ৰতিম দাস, ত্ৰিনয়ন হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd