• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জৰ্ডান অভিমুখী ভাৰতীয় টেবুল টেনিছ দলত অসমৰ তৃষা গগৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 24, 2018 8:06 am

1 min read

Trisha Gogoi

টেবুল টেনিছ খেলুৱৈ তৃষা গগৈৰ ফাইল ফটো

129
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰতিভাৱান টেবুল টেনিছ খেলুৱৈ তৃষা গগৈ পুনৰ এবাৰ ভাৰতীয় মহিলা টেবুল টেনিছ দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। লক্ষ্যণীয় যে ২৫-২৯ জুলাইলৈ জৰ্ডানত অনুষ্ঠিত হ’বলগীয়া বিশ্ব জুনিয়ৰ চাৰ্কিট আৰু কেডেট অ’পেনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব তৃষাই।

স্মৰ্তব্য যে চলিত বছৰৰ আৰম্ভণিতে তৃষাই চেক গণৰাজ্যত অনুষ্ঠিত হোৱা আই টি টি এফ প্ৰিমিয়াৰ জুনিয়ৰ আৰু কেডেট অ’পেনত, ২০১৭ চনত বিশ্ব জুনিয়ৰ চাৰ্কিটত ভৰতীয় দলক প্ৰতিনিধিত্ব কৰি আহিছে। আনহাতে ২০১৭ বৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা উন্নত প্ৰদৰ্শনৰ বাবেই তৃষাই এইদৰে ভাৰতীয় দলৰ হৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাই আছে।

উল্লেখ্য যে জৰ্ডানত অনুষ্ঠিত হ’বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ পূৰ্বে পাটিয়ালাৰ ছাই কেম্পত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিবিৰত বৰ্তমান প্ৰশিক্ষণ গ্ৰহণ কৰি আছে তৃষাই।

ভাৰতৰ ছাব জুনিয়ৰ ৰেংকিঙৰ দ্বিতীয় স্থানৰ খেলুৱৈ তৃষাই পশ্চিম বংগৰ প্ৰথম ৰেংকিঙৰ খেলুৱৈ প্ৰাপ্তি সেনক দুৰ্গাপুৰত হোৱা জুনিয়ৰ আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ছোৱালীৰ ছিংগলছ শাখাত পৰাস্ত কৰি ভাৰতীয় টেবুল টেনিছত এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰু তেতিয়াৰ পৰাই ভাৰতীয় দলৰ নিয়মীয়া সদস্য হৈ আছে অসমৰ প্ৰতিভাধৰ পেডলাৰ তৃষা গগৈ।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd