DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩ দিনীয়া বৰ্ণাঢ্য অনুষ্ঠানেৰে টংলাত ৰঙালী বিহু উদযাপন

ছাজিদ খান by ছাজিদ খান
April 16, 2018 6:38 pm
121
VIEWS
Share on FacebookShare on Twitter

দেওবাৰ অৰ্থাৎ কালিৰে পৰা টংলা নগৰত সদৌ টংলা ৰঙালী বিহু সন্মিলনীৰ দ্বাৰা ৩ দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন অনুষ্ঠান আৰম্ভ হৈছে।

এই উপলক্ষে আজি অনুষ্ঠানৰ দ্বীতিয় দিনা টংলা হাই স্কুল খেলপথাৰৰ পৰা নগৰৰখনৰ মাজেৰে এক বিভিন্ন জাতি-জনগোষ্ঠিক প্ৰতিফলিত কৰা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

উক্ত শোভাযাত্ৰাটো উদ্বোধন কৰে বিশিষ্ট চিকিৎসক ড০ ননী গোপাল চহৰীয়াই ।

বিহু দলসমূহৰ উপৰি আদিবাসী, ৰাভা, শৰণিয়া-কচাৰি, গোৰ্খা আদি সম্প্ৰদায়ৰ সাংস্কৃতিক দলসমূহে শোভাযাত্ৰাটোত বৃহত্তৰ অসমীয়া সমাজ জীৱনৰ চহকি ঐতিহ্যক তুলি ধৰে।

ইয়াত শ্ৰেণী, জাতি, ধৰ্ম নিৰ্বিশেষে ডেকাৰ পৰা বৃদ্ধলৈকে নগৰখনৰ বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে।

আবেলিলৈ হুচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় য’ত ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা বিহু দলসমূহে ভাগ লয়।

কাইলৈ অনুষ্ঠানটোৰ অন্তিম দিনা এখন ৰাজ্যিক পৰ্যায়ৰ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে এক সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আৰম্ভ হ’ব, গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটিয়া সচিব নৰেন চন্দ্ৰ বসুমতাৰিয়ে উক্ত সাংস্কৃতিক  অনুষ্ঠানটো উদ্বোধন কৰিব।

Recent News

Femina Miss India World 2022

কৰ্ণাটকৰ চিনি চেট্টীৰ শিৰত মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ খিতাপ

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd