• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টংলা ইংলিছ মিডিয়াম হাইস্কুলৰ শিৰত তৃতীয় সংখ্যক চম্পক ৰায় বৰুৱা স্মাৰক ট্ৰফী

NE NOW NEWS চাজিদ খান
টংলা , April 29, 2018 1:22 pm

1 min read

IMG
90
VIEWS
Share on FacebookShare on Twitter

ভেৰগাঁও উপ- সংমণ্ডল প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত তৃতীয় সংখ্যক চম্পক ৰায় বৰুৱা স্মাৰক ক্ৰিকেট প্ৰতিযোগিতাখনত টংলা ইংলিছ মিডিয়াম হাইস্কুলে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত ফাইনেল মেচখন টংলা ইংলিছ মিডিয়াম হাইস্কুল আৰু টংলা মডেল হাইস্কুলৰ মাজত অনুষ্ঠিত হয়।

মেচখনত টংলা ইংলিছ মিডিয়াম হাইস্কুলে ৭৩ ৰাণৰ ব্যৱধানত টংলা মডেল হাইস্কুলক পৰাস্ত কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে মেচখনত টংলা ইংলিছ মিডিয়াম হাইস্কুলে প্ৰথমে বেট ধৰি ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে টংলা মডেল হাইস্কুলে

১৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৯১ ৰাণহে কৰিবলৈ সক্ষম হয়।

IMGচূড়ান্ত মেচখন আনুষ্ঠানিকভৱে উদ্ভোধন কৰে ভেৰগাঁৱৰ উপ-সংমণ্ডল বিষয়া ডি হাজৰিকা আৰু ওদালগুৰিৰ অতিৰিক্ত উপায়ুক্ত অনুপম চোধুৰীয়ে।

বিজয়ী আৰু বিজিত দলক ট্ৰফী- নগদ ধন প্ৰদান কৰে ক্ৰমে ত্ৰৈলোক্য কুমাৰ বৰুৱা, বিপুল ডেকাই।

IMGপ্ৰতিযোগিতাখনত সৌৰাংগ বড়ো মেন অৱ দ্য মেচ নিৰ্বাচিত হোৱাৰ লগতে ৰেমেনগু দীগল মেন অৱ দ্য টুৰ্ণামেণ্ট-শ্ৰেষ্ঠ বেটছমেন নিৰ্বাচিত হয়। প্ৰতিযোগিতাৰ শেষত কৃতী খেলুৱৈকেইগৰাকীক সন্মানিত কৰা হয়।

 

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd