DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

টাইম আলোচনীৰ ২০১৭ চনৰ শ্ৰেষ্ঠ ১০০ খন ফটোৰ মাজত জিলিকিল অসমৰ অনুপম নাথৰ ফটো

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2017 5:50 pm
টাইম আলোচনীৰ ২০১৭ চনৰ শ্ৰেষ্ঠ ১০০ খন ফটোৰ মাজত জিলিকিল অসমৰ অনুপম নাথৰ ফটো
180
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী নিবাসী ফটোগ্ৰাফাৰ অনুপম নাথে তোলা এখন ফটো বিখ্যাত টাইম আলোচনীৰ ২০১৭ চনৰ শ্ৰেষ্ঠ ১০০ খন ফটোৰ মাজত নিৰ্বাচিত হৈছে। অনুপম নাথ বৰ্তমান ‘এছ’চিয়েটেদ প্ৰেছ’ৰ ফটোগ্ৰাফাৰ হিচাপে কৰ্মৰত। নাথে উক্ত ফটোখন ২ নৱেম্বৰত চন্দ্ৰপুৰৰ কাষৰ পানবাৰীত এটা মৃত বনৰীয়া হাতীক গাঁওবাসী সকলে পুস্পাঞ্জলি অৰ্পণ কৰা অৱস্থাত নিজৰ কেমেৰাত আবদ্ধ কৰি ৰাখিছিল। ‘উক্ত ফটোখন মোৰ বাবে একেবাৰে অপৰিকল্পিত  আছিল। মানুহ বিলাকে এটা মৃতদেহত ফুল দি থকা মুহূৰ্তটো যথেষ্ট আবেগিক তথা চিন্তা উদ্ৰেককাৰী আছিল। মই মনঃচক্ষুৰে পথাৰত এটা বৃহৎ মৃত জন্তুৰ শৰীৰ পৰি থকা দেখিবলৈ পাইছিলো, য’ত মানুহ বিলাকে আহি তাৰ এটা অংশত পুষ্পাঞ্জলি অৰ্পণ কৰি আছিল। সেয়ে মই সম্পূৰ্ণ জন্তুটোক কেমেৰাত আবদ্ধ কাৰতকৈ কেৱল ফুল পেলাই থকা অংশহে লেনছত ধৰি ৰাখিছিলো।’ অনুপম নাথে কয়। ‘টাইমৰ দৰে এখন বিখ্যাত আলোচনীত এনে এখন সাধাৰণ ফটোগ্ৰাফ প্ৰকাশ কৰিব পৰাটো যথেষ্ট ডাঙৰ কথা। আন বহু বিখ্যাত ফটোগ্ৰাফাৰৰ মাজত স্থান পাবলৈ সক্ষম হোৱাত মই যথেষ্ট সুখী হৈছো।’

Recent News

Gyanvapi Mosque Case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: মঙলবাৰে শুনানি গ্ৰহণ কৰিব বাৰানসী জিলা আদালতে

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd