• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টিহু মহকুমাক পূর্ণাংগ ৰূপ দিয়াৰ দাবীত সৰৱ বিধায়ক পবিন্দ্ৰ ডেকা-টিহু আঞ্চলিক ছাত্ৰ সন্থা

NE NOW NEWS এন ই নাও নিউজ
টিহু , July 18, 2018 7:34 am

1 min read

MLA Pabindra DEka File Photo

পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ ফাইল ফটো

105
VIEWS
Share on FacebookShare on Twitter

নলবাৰী জিলাৰ টিহুক মহকুমা ঘোষণা কৰাৰ দুবছৰ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত পূৰ্ণাংগ ৰূপত কাম-কাজ আৰম্ভ নোহোৱাত ক্ষোক্ষ ব্যক্ত কৰিছে টিহু আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাই।

টিহু মহকুমা আন্দোলনৰ একমাত্ৰ চহিদ হিমাংশু তামুলীৰ মঙলবাৰে তৃতীয় মৃত্যু বাৰ্ষিকীত বিধায়ক ডেকাই চহিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জনাই এক বাৰ্তাত এই কথা প্ৰকাশ কৰাৰ লগতে চহিদ হিমাংশুৰ ত্যাগকো সোঁৱৰণ কৰে।

বিগত ৪০ বছৰে মহকুমা ঘোষণাৰ দাবীৰে টিহুবাসীয়ে বিভিন্ন গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আৰু এই আন্দোলনতে ২০১৫ চনৰ ১৭ জুলাইত নিৰাপত্তাৰক্ষীৰ গুলীত আছু কৰ্মী তথা ছাত্ৰ হিমাংশু তামুলী নিহত হ’বলগীয়া হৈছিল। আৰু তাৰ পাছতে টিহুক মহকুমা হিচাপে ঘোষণা কৰা হ’ল কিন্তু আজি পৰ্যন্ত পূৰ্ণাংগ ৰূপ নিদিয়াটো দুৰ্ভাগ্যজনক।

স্থানীয় অগপ বিধায়ক ডেকাই এই সম্পৰ্কত অসম চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপ সমিতিৰ ওচৰত টিহু মহকুমাক পূৰ্ণাংগ ৰূপ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে তেওঁ লিখিতভাৱে দাবী জনাইছে। এইক্ষেত্ৰত কেবিনেট উপ সমিতিয়ে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী।

ইফালে মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে টিহু আঞ্চলিক ছাত্ৰ সন্থাই টিহু মহকুমা আন্দোলনৰ চহিদ হিমাংশু তামুলীৰ তৃতীয় মৃত্যুবাৰ্ষিকী পালন কৰে ।

আনহাতে ভদ্ৰকুছি দ্বীপজ্যোতি সংঘয়ো দিনজোৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে চহিদগৰাকীক সোঁৱৰণ কৰে।

Recent News

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

Bogamati protest

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

natkhat-vidya-1200

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd