• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডকমকা কাণ্ডৰ উচিত বিচাৰৰ দাবীত পাঠশালাত মমবাতি সমদল

NE NOW NEWS শশাংক তালুকদাৰ
পাঠশালা , June 11, 2018 9:54 pm

1 min read

pathsala candlelight vigile
96
VIEWS
Share on FacebookShare on Twitter

কার্বি আংলঙৰ ডকমকা এলেকাৰ পাণজুৰিত গুৱাহাটীৰ নীলোৎপল দাস আৰু অভিজিৎ নাথৰ বৰ্বৰোচিত হত্যাকাণ্ডৰ প্ৰতিবাদত পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে এক মমবাতি সমদল বাহিৰ কৰিছে।

কাৰ্বি আংলঙৰ প্ৰাকৃতিক শোভাৰ আকৰ্ষণত মুগ্ধ হৈ জিলাখনৰ পাণজুৰিলৈ ফুৰিবলৈ যোৱা নীলোৎপল আৰু অভিজিতক পাণজুৰিৰ একাংশ বাসিন্দাই শিশু অপহৰণকাৰীৰ সন্দেহত বৰ্বৰোচিতভাৱে মৰিয়াই হত্যা কৰে।

নীলোৎপল দাস আৰু অভিজিৎ নাথৰ এই লোমহৰ্ষক হত্যাকাণ্ডৰ প্ৰতিবাদত বাহিৰ কৰা এই প্ৰতিবাদী সমদলত পাঠশালা বজাৰ কমিটী, পাঠশালা চেম্বাৰ্ছ অব কমাৰ্চ, সদৌ অসম ছাত্ৰ সন্থা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বজালী মহাবিদ্যালয় ছাত্ৰ একতা সভা, পাঠশালা জুবিন’ছ ফ্ৰে’ণ্ড’ছ ক্লাব আৰু পাঠশালাৰ স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

প্ৰতিবাদী সমদলটোৱে বজালী মহাবিদ্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰি পাঠশালা নগৰৰ অন্তৰ্গত হৰি মন্দিৰ প্ৰাংগণত যাত্ৰাৰ সামৰণি মাৰে। জনতাই নিহত যুৱক দুজনৰ হত্যাৰ উচিত বিচাৰ দাবী কৰি প্লেকাৰ্ড প্ৰদৰ্শন কৰে।

প্ৰতিবাদী সমদলত অংশগ্ৰহণকাৰীসকলে হৰি মন্দিৰ প্ৰাংগণত মমবাতি জ্বলাই নিহত যুৱক দুজনৰ আত্মাৰ চিৰশান্তি বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd