• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডনবস্ক’ৰ ভূমি কেলেংকাৰি : এইবাৰ মুখ্য মন্ত্ৰী সোণোৱালক প্ৰত্যাহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 16, 2018 10:56 pm
cm sonowal vs hindu yuva chatra parishad
116
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াক বচাবৰ বাবেই অদৃশ্য শক্তিৰ হেঁচাত হৰিশংকৰ ব্ৰহ্মই এৰাই চলিছিল ডনবস্ক’ বিশ্ববিদ্যালয়ৰ বৃহৎ ভূমি কেলেংকাৰি। ১৬ মে’ বুধবাৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যই।

‘সৰ্বানন্দ সোণোৱালে যদি তদন্ত কৰে তেন্তে পিপাৰচেনিয়াৰ নিচিনা ৰৌ-বৰালি জালত পৰিব যদিও অদৃশ্য এটা হেঁচা তেওঁৰ ওপৰত আহি পৰিব’ বুলি দাবী কৰি বৈশ্যই নৰ্থ ইষ্ট নাওক কয় যে ‘হেঁচা ওফৰাই তেওঁ নায়কৰ ভূমিকা পালন কৰিব পাৰিবনে নোৱাৰিব সেইটো আজিৰ দিনত এটা লাখটকীয়া প্ৰশ্ন!’

ডনবস্ক’ৰ দখলত থকা ১১০০ বিঘা মাটি ‘পূৰ্বে চাহ বাগিচাৰ লগতে চৰকাৰী মাটি আছিল’ বুলি দাঠি দাবী কৰি বৈশ্যই কয় যে ‘পিপাৰচেনিয়া প্ৰত্যক্ষভাৱে এই কাৰ্য্যৰ সৈতে জৰিত’।

তেওঁ লগতে জনাই যে পৰিষদে বিষয়টো সন্দৰ্ভত প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ক ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছে।

‘পিপাৰচেনিয়া নিশ্চয় দিল্লীৰ লবীৰ কাৰণে বাচি গৈছে’ বুলি বিস্ফোৰক অভিযোগ কৰি কয় ‘সিদ্ধাৰ্থ ভট্টাচাৰ্য্যকো আমি কৈছো মিছনেৰি শিক্ষানুষ্ঠানসমূহৰ নজৰ ৰাখক। প্ৰায় ১১০০ বিঘা মাটি ডনবস্ক’ বিশ্ববিদ্যালয়খনক দিব নালাগে। চোৰাংভাৱে মাটি বিক্ৰীৰ লগত জৰিতসকলক গ্ৰেপ্তাৰ কৰিব লাগে।‘

আনহাতে এই সম্পৰ্কে ব্ৰহ্ম সমিতিৰ সদস্য অজয় দত্তৰ সৈতে নৰ্থ ইষ্ট নাওৰ কথা-বতৰাত তেওঁ কয় ‘কংগ্ৰেছ আমোলত যিজন ৰাজহ চক্ৰ বিষয়া আছিল তেওঁ ডনবস্ক’ৰ দুজন বিষয়াক আটকো কৰিছিল। কিন্তু দিছপুৰৰ কোনোবা ওপৰৱালাৰ পৰা বাৰম্বাৰ ফোন অহাত তেওঁলোকক এৰি দিয়া হ’ল।’

বৰ্তমান সোণোৱাল চৰকাৰে ‘এ চি এছ বিষয়াক এৰেষ্ট কৰিছে ভাল পাইছো’ বুলি উল্লেখ কৰি দত্তই প্ৰশ্ন কৰে ‘কিন্তু আই এ এছ অফিচাৰে যদি গণ্ডগোল কৰে তেওঁক কিয় গ্ৰেপ্তাৰ কৰা নহ’ব?’

‘এই গোচৰটো সেউজ ন্যায়াধীকৰণক দিছিলো, কিন্তু তেওঁলোকে এই কেছটো কিহৰ বাবে লোৱা নাই সেইটো নাজানো।‘ বুলিও দত্তই উল্লেখ কৰে।

অজয় দত্তই লগতে দাবী কৰে যে ‘এই কামৰ সৈতে উচ্চ পৰ্য্যায়ৰ ৰাজহ বিষয়া জৰিত। উচ্চ পৰ্য্যায়ৰ বিষয়াৰ নিৰ্দেশ নাথাকিলে তলৰ বিষয়াসকলে এনেকুৱা কাম কৰিব নোৱাৰে। বৰ্তমানৰ চৰকাৰখনে ইয়াৰ এক উচিত তদন্ত কৰিব বুলি আশাবাদী।’

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd