• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিগবৈত চুৰি তেলৰ ড্ৰামৰ সৈতে গাড়ী জব্দ

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
, November 26, 2017 11:31 am

1 min read

ডিগবৈত চুৰি তেলৰ ড্ৰামৰ সৈতে গাড়ী জব্দ

আৰক্ষীয়ে জব্দ কৰা তেলৰ ড্ৰাম থকা গাড়ীখন।

76
VIEWS
Share on FacebookShare on Twitter

ডিগবৈত সঘনে ঘটি থকা তেল চুৰিৰ মাজতে যোৱা ২৪ নৱেম্বৰত চুৰি তেলৰ ড্ৰামৰ সৈতে এখন গাড়ী জব্দ কৰে মাকুম আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা চেতিয়া ধাবাৰ সন্মুখন পুৱতি নিশা গাড়ীখন দেখা পাই আই অ’ চি এলৰ অসম  শাখাৰ নিৰাপত্তা ৰক্ষীয়ে অনুসন্ধান কৰোঁতে বাৰটা তেলভৰ্তি ড্ৰাম থকাৰ কথা জানিব পাৰে। পিছত তেওঁলোকে অধিক অনুসন্ধান কৰি এই তেল পাইপলাইনৰ পৰা চুৰ কৰা তেল বুলি নিশ্চিত হয়। আৰক্ষীয়ে জনোৱা মতে অতি উন্নত কৌশলৰ জৰিয়তে তেলৰ পাইপৰ পৰা চোৰে তেলখিনি চুৰ কৰি আনিছিল। অৱশ্যে তেলৰ ড্ৰামকেইটা জব্দ কৰিলেও আন্ধাৰৰ সুযোগ লৈ তেলচোৰকেইটা পলাই যায় বুলি আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিয়ে। এই সন্দৰ্ভত মাকুম আৰক্ষী থানাত 251/17 u/s 379 IPC, R/W Sec 3PDPP Act ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

 

Recent News

Golaghat1

গোলাঘাটৰ ধনশিৰি নদীত সন্ধানহীন এগৰাকী উদীয়মান ফুটবল খেলুৱৈ

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd