• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিগবৈত ভাৰতীয় মহিলা ক্ৰিকেট ‘এ’ দলৰ সদস্যা মনীষা দাসক সম্বৰ্ধনা

NE NOW NEWS এন ই নাও নিউজ
ডিগবৈ , May 25, 2018 10:26 am

1 min read

মনীষা দাস
110
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহিলা ক্ৰিকেট ‘এ’ দলৰ সদস্যা, অসম কন্যা মনীষা দাসক বৃহস্পতিবাৰে ডিগবৈৰ লুইত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত আৰ ডি শৈক্ষিক আৰু ক্ৰীড়া ন্যাসৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা অনুষ্ঠানত প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে দৰিদ্ৰতাকো নেওচি জীৱন যাত্ৰা আৰম্ভ কৰাৰ কথা কৈ উচুপি উঠে। লখিমপুৰৰ বানবিধ্বস্ত নকপৌহুৱা গাঁৱৰ সোমবৰ দাস আৰু বিমলাপ্ৰভা দাসৰ কন্যা মনীষাৰ কষ্টকৰ জীৱনৰ কথা শুনি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা লোকসকলেও ক্ষন্তেকৰ বাবে আৱেগিক হৈ উঠে।

বৰ্তমান মনীষাই ভাৰতীয় মূল দলত অন্তৰ্ভুক্ত হ’বলৈ কঠোৰ পৰিশ্ৰমত ব্ৰতী থকা বুলিও অনুষ্ঠানত জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ সা-সুবিধা লাভ নকৰা মনীষাই এই ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাই তেওঁক পূৰ্ণ সমৰ্থন আগবঢ়োৱা বুলি কয়।

পল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সাংবাদিক অৰুণ কুমাৰ দাস আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সঞ্চালক ড০ মণ্টু বড়োৱে শিক্ষাত ক্ৰীড়াৰ প্ৰসংগিকতা আৰু অসমত ক্ৰীড়াৰ সম্ভাৱনীয়তা শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে।

উল্লেখ্য যে এই অনুষ্ঠানতে ন্যাসৰ তৰফৰ পৰা মনীষাক সম্বৰ্ধনা জনোৱাৰ লগতে ১০ হেজাৰ টকাৰ চেক প্ৰদান কৰা হয়। এই অনুষ্ঠানতে ডিগবৈৰ প্ৰায় ৫০ টা অনুষ্ঠানে ক্ৰিকেটাৰগৰাকীক সম্বৰ্ধনা জনায়।

Recent News

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

a day

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd