DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্রুগড়ৰ চি কে শৰ্মা আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অসম পুলিচ ব্লুজ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2018 8:47 am
Football match

প্ৰতিনিধিত্বমূলক ছবি

91
VIEWS
Share on FacebookShare on Twitter

ডিব্রুগড়ৰ চৌকিদিঙী খেলপথাৰত অনুষ্ঠিত চি কে শৰ্মা আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে অসম পুলিচ ব্লুজ। ডিব্রুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা প্ৰতিযোগিতাখনৰ কালি অনুষ্ঠিত প্ৰথমখন দিবা-নৈশ ছেমি ফাইনেলত দলটোৱে গোলাঘাট এফ চিক টাইব্ৰেকাৰত পৰাস্ত কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতাপুৰ্ণ খেলখনত নিৰ্ধাৰিত সময়লৈকে কোনো এটা দলে গ’ল দিব নোৱৰাত খেলখন সামৰণি পৰাৰ পিছত অসম পুলিচ ব্লুজ দলে টাইব্ৰেকাৰত ৪-২ গ’লৰ ব্যৱধানত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে।

বিজয়ী দলৰ হৈ টাইব্ৰেকাৰত এন বিকাশ সিং, অভিজিৎ দুৱৰা, দৌলত হাজৰিকা আৰু অজয়ে গ’ল দিয়াৰ বিপৰীতে গোলাঘাট এফ চিৰ হৈ মানস প্ৰতিম সোণোৱাল আৰু ৰাজীৱ কৰ্মকাৰে গ’ল দিবলৈ সক্ষম হয়।

কালি অনুষ্ঠিত এই খেলখনৰ পৰিচালনা কৰিছিল জীৱন গগৈ, ইন্দ্ৰজিৎ চেতিয়া, বিষ্ণুজ্যোতি লাচন আৰু অসীম হাজৰিকাই।

Recent News

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd