• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড় জিলা প্ৰশাসনৰ দ্বাৰা কঠিন বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰ উন্মোচন

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
May 24, 2018 8:28 pm
DSCN0056 (1)
101
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ডিব্ৰুগড়ত এটা কঠিন বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰ উন্মোচন কৰা হৈছে। এই যন্ত্ৰটো ডিব্ৰুগড়ৰ উপায়ুক্ত লায়া মাধুৰীয়ে উন্মোচন কৰে। উল্লেখ্য যে এইটো হৈছে ডিব্ৰুগড়ত স্থাপন কৰা প্ৰথমটো কঠিন বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰ।

কঠিন বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰটো স্বচ্চ ভাৰত অভিযানৰ (গ্ৰামীন) অধীনত স্থাপন কৰা হৈছে। এই কৰ্যসূচীৰ অন্তৰ্গত প্ৰশাসনে ডিব্ৰুগড়ৰ প্ৰত্যেকটো গাঁও পঞ্চায়ততে একোটাকৈ কঠিন বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰ স্থাপন কৰিব বুলি উপায়ুক্ত লায়া মাধুৰীয়ে প্ৰকাশ কৰিছে।

বৰবৰুৱাৰ প্ৰায় ২৮০০ পৰিয়াল এই যন্ত্ৰটোৰ পৰা উপকৃত হ’ব। ঘৰত উৎপন্ন হোৱা বৰ্জ্য পদাৰ্থসমূহ সংগ্ৰহ কৰি এই যন্ত্ৰটোত আচুতীয়াকৰণ কৰা হ’ব।

বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰটোৱে কঠন বৰ্জ্য পদাৰ্থসমূহ দক্ষতাৰে ভাগ কৰিব পাৰে আৰু ভিন্ন ভিন্ন বৰ্জ্য পদাৰ্থসমূহ প্ৰক্ৰিয়াকৰণ কৰিব পাৰে। এই যন্ত্ৰটোৱে প্ৰদুষণ নিঃশেষ কৰি উত্তৰ পুৰুষৰ বাবে পৰিৱেশ উন্নত কৰিব পাৰিব।

এই যন্ত্ৰটোৱে জৈৱিকসাৰ উৎপাদন কৰিব আৰু ইয়াৰ এখন ডাঙৰ বজাৰ আছে। এক বিজ্ঞপ্তিযোগে ডিব্ৰুগড়ৰ প্ৰশাসনে প্ৰকাশ কৰিছে পৰৱৰ্তী বৰ্জ্য ব্যৱস্থাপনা যন্ত্ৰটো মোহনবাৰীত স্থাপন কৰা হ’ব।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd