• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতি যৌথ মঞ্চৰ নেতৃত্বত ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ দাবীত প্ৰতিবাদ

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , March 3, 2018 8:46 pm

2 min read

ক্ষতিগ্ৰস্ত
70
VIEWS
Share on FacebookShare on Twitter

ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতি যৌথ মঞ্চৰ নেতৃত্বত শনিবাৰে প্ৰায় ১০০ জন প্ৰতিবাদকাৰীয়ে ৫২ (বি) নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত অধিগ্ৰহণ কৰা মাটিৰ বৰ্দ্ধিত ক্ষতিপূৰণৰ দাবীত ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতি যৌথ মঞ্চই প্ৰকাশ কৰা মতে ভূমি অধিগ্ৰহণ আইন অনুসৰি কৃষকসকলে চৰকাৰৰ পৰা ভূমি অধিগ্ৰহণৰ বাবদ উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ সুবিধা লাভ কৰাটো তেওঁলোকৰ অধিকাৰ।

ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতি যৌথ মঞ্চৰ সদস্য বলিন্দ্ৰ শইকীয়াই কয় যে, ‘কৃষক সকলে তেওঁলোকৰ ক্ষতিপূৰণ পাবই লাগিব  যিহেতু ৫২ (বি) নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত চৰকাৰে তেওঁলোকৰ ভূমি অধিগ্ৰহণ কৰিছে। বৰবৰুৱা আৰু বগীবিলৰ ৭ খন ৰাজহ গাঁৱৰ প্ৰায় ২০০ পৰিয়ালে ক্ষতিপূৰণ লাভ কৰা নায় বুলি ব্যক্ত কৰিছে।’ লগতে শইকীয়াই কয় যে উক্ত পৰিয়ালকেইটাই ক্ষতিপূৰণৰ নামত ৭ কোটি টকা মোকলাই দিয়াৰ বাবে বহুবাৰ দাবী জনাই আহিছে যদিও তেওঁলোকে বৰ্তমানলৈকে ক্ষতিপূৰণ লাভ কৰা নাই।

উল্লেখযোগ্য যে বৰবৰুৱাৰ পৰা বগীবিললৈ ৭ কি. মি. জোৰা এটা ৰে’লৱে পুলৰ নিৰ্মাণ কাৰ্য চলি আছে।   বগীবিলৰ এজন কৃষকে কয় যে, ‘আমি বগীবিলত চলি থকা দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাখিছো আৰু ইয়াৰ প্ৰতিবাদ জনাইছো। লগতে আমি আমাৰ ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ দাবী জনাইছো।’

ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতি যৌথ মঞ্চৰ আন এজন সদস্যই কয় যে, ‘কেইবামাহো পাৰ হৈ যোৱাৰ পাছতো প্ৰশাসনে ক্ষতিপূৰণৰ ধন মোকলাই দিয়া নাই। আমি মাৰ্চ মাহৰ ভিতৰত আমাৰ ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ বাবে দাবী জনাইছো। প্ৰকৃততে ৰে’লৱে বিভাগে আমাৰ ক্ষতিপূৰণ দিব লাগে কিয়নো ৰে’লেৱ পুল নিৰ্মাণৰ নামত ৰে’লৱে বিভাগে ভূমি অধিগ্ৰহণ কৰিছিল।’

প্ৰতিবাদকাৰী সকলে ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ দাবী জনাই ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীক এখন স্মাৰকপত্ৰ দিয়ে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd