• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয় ভৱনৰ আধাৰশিলা স্থাপন

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , March 4, 2018 9:21 pm

1 min read

Foundation stone for Sonowal Kachari Autonomous Council Secretariate
99
VIEWS
Share on FacebookShare on Twitter

‘মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত শ্ৰীঘে চৰকাৰে ১০ খন গাৱঁক আদৰ্শ হস্ততাত গাওঁ হিচাপে নিৰ্বাচন কৰিব। উক্ত গাওঁসমূহত শিপিনী প্ৰক্ষিশণৰ উদ্দেশ্যে প্ৰক্ষিশণ কেন্দ্ৰ স্থাপন কৰা হ’ব।’ এই মন্তব্য অসম হস্ততাঁত, বস্ত্ৰ আৰু ৰেছম শিল্প মন্ত্ৰী ৰঞ্জিত দত্তৰ।

আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয় ভৱনৰ আধাৰশিলা স্থাপন কৰি দত্তই উক্ত মন্তব্য আগবঢ়াই।

প্ৰস্তাৱিত সচিবালয়টোৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে ৭.৮ কোটি টকা অনুমোদন জনাইছে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ৰঞ্জিত দত্তই কয় যে গাওঁ সমূহৰ উন্নয়নৰ বাবে চৰকাৰে বহু আঁচনি হাতত লৈছে।

আনহাতে গুৱাহাটীৰ সোনাপুৰত সোণোৱাল ভৱন নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে ৫ বিঘা মাটি ক্ৰয় কৰিছে বুলি জনাই তেওঁ কয়, ‘পুৰ্বৰ চৰকাৰে পৰিষদৰ উন্নয়ণৰ বাবে একোৱে নকৰিলে। কিন্তু সৰ্বানন্দ সোণোৱাল নেতৃতাধীন বিজেপি চৰকাৰ স্বায়ত্ত শাসিত পৰিষদ সমূহৰ উন্নয়নৰ ক্ষেত্ৰত দায়বদ্ধ, পৰিষদ সমূহৰ উন্নয়নৰ বাবে চৰকাৰে শেহতীয়া ভাৱে পুঁজি মুকলি কৰি দিছে।’

আজি আধাৰশিলা স্থাপন অনুষ্ঠানত, ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক প্ৰসান্ত ফুকন, লাহোৱালৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মকৰাৰী উপস্থিত আছিল।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd