• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় নগৰৰ পৰা আজি দুই গভাইত চোৰ আটক

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , March 3, 2018 11:02 pm

1 min read

গ্ৰেপ্তাৰ
84
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় নগৰত সংঘটিত অলংকাৰ চুৰিৰ কেইবাটাও ঘটনাৰ সৈতে জড়িত দুই গভাইত চোৰক আজি ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে জনোৱা মতে ধৃত দীলিপ বালমিকি নামৰ প্ৰথমটো চোৰক  ডিব্ৰুগড় আৰক্ষী চকীত ৰুজু হৈ থকা ৬৬৫/২০১৬ য়ু/এছ ৩৮০ গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। তেওঁ দুবছৰ পূৰ্বে ডিব্ৰুগড়ৰ মহালয়া পথত অৱস্থিত অংকিত বাৰ্মা নামৰ চি এ জনৰ ঘৰত সংঘটিত চুৰি কাৰ্যৰ সৈতে জড়িত বুলি আৰক্ষীয়ে জনায়।

আৰক্ষীৰ মতে চোৰটোৰ পৰা তেওঁলোকে এতিয়ালৈকে কিছু পৰিমাণৰ অলংকাৰ আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰিছে। চোৰটোৱে জনোৱা মতে সি ৰাজাৱাস, নটৰাজ, লিট’ল পেলেচ, চি কাউণ্ট্ৰি, স্কাই চেফ (শিৱসাগৰ) আদি বিভিন্ন হোটেলত কাৰিকৰ হিচাপে কাম কৰিছিল।

আনহাতে আৰক্ষীয়ে আটক কৰা আনটো হৈছে ৰকিবুল আলী ওৰফে গেণ্ডা।  ১৪৭/২০১৮ইউ/এছ ৪৫৭/৩৮০ গোচৰৰ অধীনত আটক কৰা ৰকিবুলৰ পৰা কিছু পৰিমাণৰ অলংকাৰ উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে এই সন্দৰ্ভত বাকী চুৰি হোৱা অলংকাৰ উদ্ধাৰৰ বাবে অভিযনা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

bhaba

বাক্সাৰ নাগ্ৰীজুলিত ড্ৰাগছ উদ্ধাৰকলৈ চাঞ্চল্য ,দুজনক আটক কৰি জে’ললৈ প্ৰেৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd