DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমাপুৰত বজাৰত উপলব্ধ বটলৰ পানী খাই অসুস্থ ৩ কাৰ্বি মহিলা

নংনী তেৰাং by নংনী তেৰাং
May 23, 2018 10:59 pm
bottled-water

প্ৰতিনিধিত্বমূলক ছবি

106
VIEWS
Share on FacebookShare on Twitter

বজাৰত উপলব্ধ খোৱা পানীৰ বটলৰ পৰা পানী খাই ডিমাপুৰত কালি আবেলি ৩ গৰাকীকৈ কাৰ্বি আংলঙৰ মহিলা অসুস্থ হৈ পৰে। মহিলা কেইগৰাকীক পিছত ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইয়াৰে ডিফু অসামৰিক চিকিৎসালয়ৰ ঔষধ বিভাগত চিকিৎসাধীন হৈ থকা ৰিনা টিমুংপি নামৰ মহিলা গৰাকীয়ে জনোৱা মতে, ডিলাইৰ বৰছিং টেৰাং গাঁৱৰ বাকী দুগৰাকী মহিলাৰ সৈতে তেওঁ কালি ডিমাপুৰৰ ফায়াৰিং বজাৰত তেওঁ শাক-পাচলি বেচিবলৈ গৈছিল।

দিনৰ প্ৰায় ২ বজাত অত্যাধিক গৰম পৰাত তেওঁলোকৰ মাজৰ কা-এট ইংলেংপি নামৰ মহিলা গৰাকীয়ে ওচৰতে থকা পথৰ কাষৰ এখনৰ দোকানৰ পৰা ১ লিটাৰৰ এটা বজাৰত উপলব্ধ খোৱা পানীৰ বটল কিনি আনে। ৩ গৰাকী মহিলাই বটলটোৰ পৰা পানী খোৱাৰ কিছু সময়ৰ পিছতে প্ৰথমে কা-এট ইংলেংপিয়ে ডিঙিৰ বিষ অনুভৱ কৰাৰ লগতে অসুস্থ।

ইয়াৰ পিছতে আন দুগৰাকীয়েও একে অনুভৱ কৰাত তেওঁলোকে বেপাৰ সামৰি ঘৰলৈ ঘূৰি আহে। ডিলাইৰ পৰা তেওঁলোকক এম্বুলেঞ্চেৰে ডিফু অসামৰিক চিকিৎসালয়লৈ লৈ নি নিশা প্ৰায় ৭:৩০ বজাত ভৰ্তি কৰোৱা হয়।

অৱশ্যে আজি তেওঁলোকে কিছু সুস্থ অনুভৱ কৰিছে টিমুংপিয়ে জানিবলে দিয়ে। পানী খাই অসুস্থ হৈ পৰা আনগৰাকী মহিলা হৈছে ললিটা ইংলেংপি।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd