• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমা হাচাও জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত নৱগঠিত হিল‌ছ পীপল‌ছ ফ’ৰামে ২৮খনতে প্ৰতিদ্বন্দ্বিতা কৰিব

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 2, 2018 7:53 pm
Ex-MLA Samarjeet Haflongbar

সংবাদ মাধ্যমৰ সন্মুখত সমৰডিৎ হাফলংবাৰ।

238
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাত প্ৰাক্তন বিধায়ক তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন চি ই এম সমৰজিৎ হাফলংবাৰৰ নেতৃত্বত যোৱা শুকুৰবাৰে মাইবাঙত আত্মপ্ৰকাশ হয় নতুন ৰাজনৈতিক মঞ্চ হিল‌ছ পীপল‌ছ ফ’ৰামৰ (এইচ্ছ পি এফ)। আহি থকা পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে প্ৰাক্তন বিধায়কজনে এই নতুন ৰাজনৈতিক মঞ্চটো গঠন কৰা বুলি জানিবলৈ দিছে।

হাফলংবাৰে নৰ্থ-ইষ্ট নাওৰ লগত হোৱা সাক্ষাৎকাৰত কয় যে কংগ্ৰেছ, অগপৰ লগতে বিজেপি দলৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈছে। কিয়নো উপৰোক্ত আটাইবোৰ দলত হাইকমাণ্ড ব্যৱস্থা থকাত স্থানীয় নেতা-কৰ্মীয়ে নিজৰ এলেকা বা জিলাৰ স্থানীয় স্বাৰ্থত মাত মতাৰ অধিকাৰ নাথাকে।

আনহাতে ৰাষ্ট্ৰীয় দলৰ মজিয়াত পাহাৰীয়া জিলাৰ সৰু-সুৰা সমস্যা গুৰুত্ব নাপায়। এনে পৰিস্থিতিত পাৰ্বত্য জিলাখনৰ নিজা ববীয়াকৈ ৰাজনৈতিক মঞ্চ গঠনৰ প্ৰয়োজনীয়তা আহি পৰিছে। তেওঁ লগতে কয় যে অহা ৭ জুলাইত হাফলঙত ইয়াৰ দ্বিতীয়খন সভা অনুষ্ঠিত হ’ব, য’ত মঞ্চৰ পৰৱৰ্তী ৰণনীতি সম্পৰ্কে আলোচনা কৰা হ’ব।

হাফলংবাৰে আৰু স্পষ্ট কৰি কয় যে মঞ্চই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনত আটাইকেইটা পৰিষদীয় সমষ্টিতে (২৮টা) প্ৰাৰ্থিত্ব প্ৰদান কৰিব। নিৰ্বাচন খেলিব সমৰজিৎ হাফলংবাৰৰ নেতৃত্বত।

উল্লেখ্য, শুকুৰবাৰে মাইবাঙত অনুষ্ঠিত সভাত কংগ্ৰেছ আৰু অগপ দলৰ নেতাৰ লগতে আঞ্চলিক দল এ এছ ডি চি নেতা মনজিত কাৰিগাপচা আৰু প্ৰাক্তন ছাত্ৰ নেতা কেবাৰন নাইডিং উপস্থিত আছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd