DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌত অনুষ্ঠিত হ’ব অচ‍্যুত বৰুৱা সোঁৱৰণী হেণ্ডবল প্ৰতিযোগিতা

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
January 2, 2018 11:58 am
118
VIEWS
Share on FacebookShare on Twitter

ডিমৌ হেণ্ডবল ক্লাৱৰ উদ্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত অহা ইং ৪,৫ আৰু ৬ জানুৱাৰীত ২০১৮ ডিমৌ ৰাজহুৱা খেলপথাৰত ১৫ তম্ অচ‍্যুত বৰুৱা সোঁৱৰণী ছিনিয়ৰ পুৰুষ-মহিলা আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। অনুষ্ঠিত হ’ৱলগীয়া উক্ত দিবা- নৈশ প্ৰতিযোগিতাখনৰ ৪ জানুৱাৰীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য উদ্বোধক হিচাপে উপস্থিত থাকিব অসমৰ কৃষি মন্ত্ৰী অতুল বৰাদেৱ। ইয়াৰোপৰি অৰ্জুন ভোগেশ্বৰ বৰুৱা, অসম হেণ্ডবল সন্হাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰী, সম্পাদক গৌতম চৌধুৰী আৰু শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰ দেৱে অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখনত ৰাজ্যৰ ভিন্ন জিলাৰ পুৰুষৰ ১৬ টা দল আৰু মহিলাৰ ১২টা দলে অংশগ্ৰহণ নিশ্চিত কৰিছে। প্ৰতিযোগিতাখনৰ বঁটা বিতৰণী তথা সামৰণি অনুষ্ঠানত অসমৰ ক্ৰীড়া মন্ত্ৰী নৱ দলে  অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। আনহাতে প্ৰতিযোগিতাখন সাফল‍্যমণ্ডিত কৰি তুলিবৰ বাবে শিৱসাগৰ জিলাৰ বিভিন্ন দল-সংগঠন তথা ৰাইজৰ সহযোগ কামনা কৰিছে ডিমৌ হেণ্ডবল ক্লাৱৰ সভাপতি অৰূপ দত্ত আৰু সম্পাদক মঞ্জুৰ আলি দেৱে ।

Recent News

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd