DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌত বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যু মহিলাৰ

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
May 13, 2018 1:23 pm
বনৰীয়া হাতী

প্ৰতিনিধিত্বমূলক ছবি

278
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে নিশা শি‌ৱসাগৰৰ ডিমৌত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হয়। ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত পানীদিহিং মৌজাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ চিতলীয়া গোৰ্খা চাপৰিত সংঘটিত হৈছে এই কৰুণ ঘটনা।

শনিবাৰে নিশা গাঁৱখনত বন‍্যহস্তীৰ এটা জাকে সন্ত্ৰাসৰ সৃষ্টি কৰে। বন্যহস্তীৰ জাকটোৱে এফালৰপৰা তহিলং কৰি আহে শস্যপথাৰ, ঘৰ-দুৱাৰ ইত্যাদি। হাতীৰ সন্ত্ৰাসত আতংকিত গঞাই নিশাৰ আন্ধাৰত দিশহাৰা হৈ পৰে। ইয়াৰ মাজতে  হাতীৰ অতৰ্কিত আক্ৰমণত ফুলমতি পেগু ওৰফে মনিতা পেগু নামৰ মহিলাগৰাকী নিহত হয়।

বন‍্যহস্তীৰ আক্ৰমণত মহিলাগৰাকীয়ে প্ৰাণ বচাই পলাবলৈ চেষ্টা কৰাৰ সময়তে খেদি খেদি দুটা হাতীয়ে মহিলাগৰাকীৰ ওপৰত আক্ৰমণ চলায়। স্বামী আৰু তিনি সন্তানৰ সন্মুখতে কৰুণ মৃত্যুক সাৱটি লয় মণিতা পেগুৱে। পত্নীক বচাবলৈ আপ্ৰাণ চেষ্টা কৰা দেবেন পেগু হাতীৰ আক্ৰমণত আহত হৈছে।

উল্লেখ্য যে নিচেই পুৱাই বন বিভাগক স্থানীয় লোকে অৱগত কৰাৰ পিচতো ৬ ঘন্টা লৈকে বন বিভাগ অথবা আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা নোহোৱাত  ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়।

ক্ষুব্ধ লোকে চৰকাৰ আৰু বন বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি হাতী মৰিলেহে বন বিভাগৰ মানুহ আহে, কিন্তু মানুহ মৰিলে কিয় নাহে বুলিও প্ৰশ্ন উত্থাপন কৰে।

ৰাইজে লগতে নতুন বনমন্ত্ৰী আৰু স্থানীয় বিধায়কক এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয়।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd