• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌৰ ৰাধা কৃষ্ণ মন্দিৰৰ ‘দুৱাৰ মুকলি’ অনুষ্ঠান

NE NOW NEWS হিতোজ্বল চেতিয়া
ডিমৌ , January 21, 2018 9:18 pm

1 min read

ৰাধা কৃষ্ণ মন্দিৰ

ৰাধা কৃষ্ণ মন্দিৰ

182
VIEWS
Share on FacebookShare on Twitter

ডিমৌৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে সুখবৰ।

অহা ২২ আৰু ২৩ জানুৱাৰি তাৰিখে সুদীৰ্ঘ ১৩ মাহ ধৰি নিৰ্মাণ কৰি থকা ডিমৌ ৰাধা কৃষ্ণ মন্দিৰটোৰ ‘দুৱাৰ মুকলি’ অনুষ্ঠান  অতি বৰ্ণাঢ‍্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লৈছে মন্দিৰ পৰিচালনা সমিতিয়ে।

উল্লেখযোগ্য যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন যুক্ত ঘাইপথলৈ সম্প্ৰসাৰণ কৰাৰ বাবে ডিমৌ ৰাধা কৃষ্ণ মন্দিৰৰ মাটি অধিগ্ৰহণ কৰাৰ ফলত পুৰণি মন্দিৰটো ভাঙি পেলোৱা হৈছিল। পৰৱৰ্তী সযয়ত মন্দিৰ পৰিচালনা সমিতিয়ে ডিমৌবাসী ৰাইজৰ সহযোগত পূৰ্ব স্থানৰ পৰা কিছু নিলগত নতুনকৈ আটকধুনীয়াকৈ উক্ত মন্দিৰটো পুনৰ নিৰ্মাণ কৰি তোলে।

বৃহত্তৰ ডিমৌবাসী ৰাইজৰ ধৰ্মীয় অনুষ্ঠান ডিমৌ ৰাধা-কৃষ্ণ মন্দিৰৰ উক্ত দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠানত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে মন্দিৰৰ উদযাপন সমিতিৰ সভাপতি প্ৰদীপ দৰ্জী দেৱে।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd