• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌ নগৰ সমিতিৰ দৃষ্টান্তমূলক পদক্ষেপ : আজিৰ পৰা ডিমৌত স্বচ্ছতাৰ সজাগতা কাৰ্য্যসূচী

NE NOW NEWS হিতোজ্জ্বল চেতিয়া
ডিমৌ , February 26, 2018 7:45 am

1 min read

CleanCity
90
VIEWS
Share on FacebookShare on Twitter
চাফ-চিকুণতাক মানুহৰ দৈনন্দিন জীৱন যাত্ৰাৰ অংশ কৰি লোৱাৰ বাবে সমাজত এক ইতিবাচক মনোভাৱ গঢ়ি তোলাৰ উদ্দেশ্যে ডিমৌত ডিমৌ নগৰ সমিতিয়ে এলানি সজাগতা সৃষ্টিৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। অহা ২৬ ফেব্ৰুৱাৰিৰ পৰা এই কাৰ্য্যসূচী আৰম্ভ কৰা হ’ব।
ডিমৌ নগৰ সমিতিৰ কাৰ্যবাহী বিষয়া তথা ডিমৌ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাঙৰ  নেতৃত্বত ২৬ ফেব্ৰুৱাৰিৰ পৰা ১৫ মাৰ্চ লৈকে স্বচ্ছতা সম্পৰ্কত মুঠ ১৫খন সজাগতা সভা অনুষ্ঠিত কৰা হ’ব।
ডিমৌ নগৰ সমিতিৰ এলেকাত থকা বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত স্বচ্ছ ভাৰত সম্পৰ্কত সজাগতা অনাৰ উদ্দেশ্যে ডিমৌ নগৰ সমিতিৰ অভিযন্তা গৌতম কলিতাৰ তৎপৰতাত এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে।
ডিমৌ নগৰ সমিতিয়ে জনোৱা মতে অহা ২৬ ফেব্ৰুৱাৰিত শান্তিপুৰ কমল বড়া প্ৰাথমিক বিদ্যালয়, ২৭ ফেব্ৰুৱাৰিত ডিমৌ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, ২৮ ফেব্ৰুৱাৰিত হেমচন্দ্ৰ বৰগোহাঁই মডেল ইংলিছ স্কুল, ২ মাৰ্চত ডিমৌ ইংলিছ একাডেমি, ৩ মাৰ্চত কিড্‌চ স্কুল, ৫ মাৰ্চত চেইণ্ট জনচন স্কুল,  ৬ মাৰ্চত কলিয়াপানী প্ৰাথমিক বিদ্যালয়, ৭ মাৰ্চত কলিয়াপানী মজদুৰ প্ৰাথমিক বিদ্যালয় আদিত সজাগতা সভা অনুষ্ঠিত কৰা হব।
এই সভাবোৰত আন আন ব্যক্তিসকলৰ লগতে ডিমৌ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং আৰু ডিমৌ নগৰ সমিতিৰ স্বচ্ছতাৰ ব্ৰেণ্ড এম্বেছাদৰ শেখৰজ‍্যোতি দুৱৰী উপস্থিত থাকিব।

Recent News

a man

ৰক্তাক্ত ম্যানমাৰ: আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত নিহত ১৮ গৰাকী প্ৰতিবাদকাৰী

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd