• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডুমডুমা বিছাকুপি চাহ বাগিচাত চাহ জনজাতীয় মহিলাক হত্যা : ধৰ্ষণৰ সন্দেহ

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , May 16, 2018 10:33 pm

1 min read

মহিলাৰ

প্ৰতিনিধিত্বমূলক ফটো

78
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিছাকুপি চাহ বাগিচাত সোমবাৰে ৰাতি উদ্ধাৰ হোৱা চাহ জনজাতীয় মহিলাৰ হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীক আজি পৰ্যন্ত কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

উল্লেখযোগ্য যে যোৱা সোমবাৰে ৰায়দাং চাহ বাগিচাৰ মালিনি ছোৱাৰ (৪৩) নামৰ এগৰাকী চাহ জনজাতীয় মহিলাক কোনো দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছিল।

আৰক্ষীৰ মতে, ‘৪ সন্তানৰ মাতৃ বিধৱা মালিনি ছোৱাৰে সোমবাৰে নিশা ডুমডুমা কেন্দ্ৰীয় হস্পিতালত ভৰ্তি হৈ থকা পুতেকক লগ ধৰিবলৈ গৈছিল। সেই সময়তে এন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই মহিলা গৰাকীক ধৰ্ষণ তথা হত্যা কৰি বাগিচাখনত পুতি থয়।’

মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে চাহ জনজাতি ছাত্ৰ সন্থাই সাধাৰণ লোকক নিৰাপত্তা দিয়াত ব্যৰ্থ আৰক্ষীক কঠোৰ গৰিহণা দিয়াৰ লগতে দোষীক ধৰি চৰম শাস্তি দিবলৈ দাবী জনায়।

ঘটনা সন্দৰ্ভত ডুমডুমা আৰক্ষীয়ে কয়, ‘আমি ঘটনাৰ অনুসন্ধান কৰি আছো, অৱশ্যে কোনো লোককে এতিয়ালৈকে আটক কৰা হোৱা নাই। আমি অপৰাধীক ধৰিবলৈ অভিযান আৰম্ভ কৰিছো।’

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd