DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী; সচেতন ৰাইজৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2021 11:37 am
65
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা নগৰ তথা ইয়াৰ উপকণ্ঠ অঞ্চলৰ একাংশ নৱপ্ৰজন্ম বৰবিহ সদৃশ ড্ৰাগছৰ কৰাল গ্ৰাসত পৰাত অভিভাৱক তথা অঞ্চলসমূহৰ সচেতন লোক চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।

মংগলবাৰে মাৰ্ঘেৰিটাৰ ২ নং লাজুম গাঁৱৰ ৰাইজে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমক অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা ড্ৰাগছ, কানি আদি মাৰত্মাক দ্ৰব্যৰ প্ৰচলন বন্ধৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

বৃহত্তৰ ২ নং লাজুম অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি অহা ড্ৰাগছ, কাণি, অবৈধ চুলাই মদ আদিৰ বেহা আৰু সেৱনে অঞ্চলটোত সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে নৱপ্ৰজন্ম বিপদগ্ৰস্ত কৰি তোলাত অঞ্চলটোৰ অভিভাৱক তথা সচেতন ৰাইজ শংকিত হৈ পৰিছে।

এইক্ষেত্ৰত মহকুমা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবীৰে মহকুমাধিপতিক আজি স্মাৰক পত্ৰ প্ৰদান কৰে সচেতন ৰাইজে।

ইয়াৰ পাছতে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাস (আইপিএছ)ৰ বালুখাদস্থিত কাৰ্যালয়ত উপস্থিত হৈ ২ নং লাজুম গাঁৱৰ ৰাইজে স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰদান কৰি অনতিপ্ৰলমে অঞ্চলটোত প্ৰচলন হৈ থকা মাৰাত্মক ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ প্ৰচলন বন্ধৰ দাবী উত্থাপন কৰে।

ছাত্ৰ ছাত্ৰী তথা নৱপ্ৰজন্মৰ জীৱন সুৰক্ষাৰ দাবীৰে আজি ২ নং লাজুমৰ গাঁৱৰ শতাধিক সচেতন লোক একত্ৰিত হৈ এই স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ বিৰোধে আৰাক্ষীক কঠোৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়াৰ পাছতো মাৰ্ঘেৰিটাত আৰক্ষীয়ে ড্ৰাগছ বেহা আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে সচেতন লোকসকল আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd